• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰডুমচাত চলিছে ভয়াৱহ সংঘৰ্ষ : আলফা (স্বাঃ) আৰু আৰক্ষী-চি আৰ পি এফৰ গুলীয়াগুলীত নিহত দুজন

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , May 4, 2018 8:29 pm

1 min read

বৰডুমচাত চলিছে ভয়াৱহ সংঘৰ্ষ : আলফা (স্বাঃ) আৰু আৰক্ষী-চি আৰ পি এফৰ গুলীয়াগুলীত নিহত দুজন
70
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বৰডুমচাত চি আৰ পি এফ আৰু আৰক্ষীয়ে সন্দেহজনক আলফা (স্বাঃ)ৰ বিৰুদ্ধে এক যুটীয়া অভিযান চলায়।

উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ওপৰত ভিত্তি কৰি আৰক্ষী আৰু চি আৰ পি এফে অঞ্চলটোত আলাফ (স্বাঃ)ৰ বিৰুদ্ধে অভিযান চলায়। অভিযান কালত দুই ফৈদৰ মাজতে প্ৰচণ্ড গুলীয়াগুলী হয়।

প্ৰাপ্ত তথ্য মতে এই প্ৰচণ্ড গুলীয়াগুলীত দুজনকৈ আলফা (স্বাঃ)ৰ সদস্য নিহত হয়। লগতে দলটোৰ দুগৰাকী মহিলা সদস্যক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো।

আনহাতে নিষিদ্ধ ঘোষিত সংগঠনোটৰ গুলীত দুজনকৈ আৰক্ষী জোৱান আহত হয়। বৰ্তমানো অঞ্চলটোত দুই ফৈদৰে মাজত গুলীয়াগুলী চলি আছে বুলি জানিব পৰা গৈছে।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd