DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত বৃহৎ পৰিমাণৰ জালনোটসহ আৰক্ষীৰ জালত দশম শ্ৰেণীৰ ছাত্ৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 13, 2018 8:23 pm
100
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাতো ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে জালনোট সৰবৰাহী চক্ৰ। এই কথা প্ৰমাণ কৰিছে আজি বৰপেটা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ জালনোটসহ এজন লোকক আটক কৰা ঘটনাই।

উল্লেকযোগ্য যে আজি এক গোপন সূত্ৰৰ পমখেদি বৰপেটা আৰক্ষীয়ে ছয়লাখ টকাৰ জালনোটসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে গোপন খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীৰ এটা দলে বৰপেটা-হাউলী পথৰ কাজিৰমিল চ’কাত তালাচী অভিযান চলায়। এই অভিযানকালতে এখন নম্বৰ প্লেটবিহীন স্কুটীৰে বৰপেটা অভিমুখে আহি থকা এজন যুৱকক ৰখাই সোধ-পোছ কৰে। আৰু সেই সময়তে যুৱকজনৰ স্কুটীখনত তালাচী চলোৱাত যুৱকজনৰ স্কুটীখনৰ পৰা ৬ লাখ টকাৰ জালনোট উদ্ধাৰ কৰে।

ফলত লগে লগে বৰপেটা আৰক্ষীয়ে জালনোটখিনি জব্দ কৰাৰ লগেত যুৱক জনকো আটক কৰে। আটকাধীন যুৱকজন কলগাছিয়াৰ তপেশ্বৰাৰ ছাহিল হক বুলি জানিব পৰা গৈছে। আৰ যুৱকজনে নিজেক হাউলীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ‘হোমা’ত দশম শ্ৰেণীত অধ্যয়ন কৰি থকা বুলি জানিবলৈ দিয়ে।

ইফালে আৰক্ষীয়ে উদ্ধাৰ কৰা জালনোটখিনিৰ প্ৰত্যেকখনেই দুহাজাৰ টকীয়া নোট আৰু আটাইকেইখন নোটৰ নম্বৰ একে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি গোটেইকেইখন নোটতে ৩চিআৰ৯৭৯১৭০ বুলি উল্লেখ আছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd