• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত শোকাবহ পথ দুৰ্ঘটনাত দুই ভগ্নী নিহত

NE NOW NEWS এন ই নাও নিউজ
বৰপেটা , April 21, 2018 7:11 am

1 min read

Accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

61
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত পথ দুৰ্ঘটনা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। প্ৰতিদিনেই পথ দুৰ্ঘটনাৰ ফলত বহু লোকৰ মৃত্যুৰ বাতৰি পোৱা যায়। এনে এক পৰিস্থিতিৰ মাজতে শুকুৰবাৰে বৰপেটাৰ সদৰ আৰক্ষীৰ অন্তৰ্গত ৰাধাকুছিৰ জাব্ৰিকুছিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত দুই ভগ্নী থিতাতে নিহত হয়।

জানিব পৰা মতে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়। ভেল্লাৰ পৰা উত্তৰ দিশৰ ৰাধাকুছি অভিমুখে গৈ থকা এখন তীব্ৰবেগী মাৰুতি ভানে নিয়ন্ত্ৰণ হেৰুৱাই জাব্ৰিকুছিৰ জালাল থানৰ পদূলিত বহি থকা দুই ভনীয়েক ৰেজিয়া খাতুন (৬২) আৰু দৈলতজান (৫৯)ক মহতিয়াই নিয়ে। ভানখনৰ চেপাত দুয়োগৰাকী ভগ্নী থিতাতে নিহত হয়।

ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত স্থানীয় ৰাইজে এ এছ-০১-ডি কিউ- ৪৮১০ নম্বৰৰ মাৰুতি ভানখন পথৰ দাঁতিত জ্বলাই দিয়ে। ইয়াকে লৈ পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰে। পথ দুৰ্ঘটনাত দুগৰাকীকৈ ভগ্নী নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে বৰপেটাৰ কয়াকুছিৰ সমীপৱৰ্তী বুনবাহাৰ গাঁৱৰ হুছেইন আলীৰ পত্নী ৰেজিয়া খাতুনে এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ শুনানিৰ বাবে জাব্ৰিকুছিৰ ভনীয়েকৰ ঘৰত আহি আছিল। দুয়োগৰাকী ভনীয়েকে পদূলিমূখত বহি কথা পাতি আছিল আৰু তেনেতে তীব্ৰবেগী ভানখনে দুয়োকে মহতিয়াই নিয়ে আৰু দুই ভগ্নী থিতাতে নিহত হয়।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd