• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত হোলী ঢোল বাদ্যৰ এমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , January 20, 2018 8:26 pm

2 min read

হোলী ঢোলৰ শীতকালীন প্ৰশিক্ষণ শিবিৰ
97
VIEWS
Share on FacebookShare on Twitter

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সত্ৰনগৰী বৰপেটাত আজিৰে পৰা আৰম্ভ হয় হোলী ঢোলৰ শীতকালীন প্ৰশিক্ষণ শিবিৰ।

একাডেমী অব খোলবাদ্যৰ উদ্যোগত আৰু ক্লাব ৰাইনোৰ সহযোগত হোলী ঢোল বাদ্যৰ বিশেষ প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰে বিশিষ্ট শিল্পী প্ৰদীপ কুমাৰ মিশ্ৰই।

বৰপেটা চহৰৰ ক্লাব ৰাইনোত আজি বিয়লি চাৰি বজাত হোলী ঢোল বাদ্যৰ প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰি উদ্বোধক মিশ্ৰই কয় যে হোলী ঢোলৰ বাজনাই হোলীগীত গোৱা শিল্পীসকলৰ দেহ সঞ্চালন কৰে। পূৰ্বৰ হোলীগীত আৰু বৰ্তমানৰ হোলীগীতৰ মাজত কিছু পাৰ্থক্য দেখা যায় যদিও হোলীগীতসমূহত এতিয়াও আধ্যাত্মিকতা অক্ষুণ্ণ থকা বুলি তেওঁ মন্তব্য কৰে।

মিশ্ৰই তেওঁৰ বক্তৃতাত হোলীগীতত আধ্যাত্মিকতা অক্ষুণ্ণ ৰখাৰ বাবে নৱ-প্ৰজন্মৰ শিল্পীসকলক আহ্বান জনায়।

আজিৰে পৰা আৰম্ভ হোৱা এমাহজোৰা হোলী ঢোলৰ শীতকালীন প্ৰশিক্ষণ শিবিৰত প্ৰায় ৮০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

অনুষ্ঠানত বৰপেটা সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ভূদেৱ দাস, শিল্পী কবিন দাস, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ইন্দ্ৰজ্যোতি ৰায়চৌধুৰী, ডঃ নিৰ্মলৰঞ্জন মজুমদাৰৰ লগতে হোলীগীতৰ শিল্পী প্ৰমথৰঞ্জন (কণ্টি), বৰপেটা প্ৰেছ ক্লাবৰ সম্পাদক নৱজিৎ দাস, ক্লাব ৰাইনোৰ সম্পাদক নৃপেন দাসৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

একাডেমী অব খোলবাদ্যৰ মুখ্য প্ৰশিক্ষক মনোজ কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলে হোলী ঢোল বাদ্য প্ৰদৰ্শন কৰে।

বয়স অনুযায়ী দুটা শাখাত বিভক্ত কৰা প্ৰশিক্ষণ কাৰ্যসূচীটোত ‘ক’ শাখাত ছয় বছৰৰ পৰা পোন্ধৰ বছৰ বয়সৰ আৰু ‘খ’ শাখাত পোন্ধৰৰ পৰা পঞ্চাশ বছৰ বয়সৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি মুখ্য প্ৰশিক্ষক মনোজ কুমাৰ দাসে সদৰী কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd