DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত ২০১৭ চনৰ সংগীত নাটক অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত জগন্নাথ বায়নক সম্বৰ্ধনা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 24, 2018 8:54 pm
JagannathBayan
119
VIEWS
Share on FacebookShare on Twitter

দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যোগোৱা অৱদানৰ বাবে ভাৰত চৰকাৰে দিয়া সৰ্বোচ্চ স্বীকৃতিৰ চিন সংগীত নাটক অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ বৰবায়ন, ভীমাবায়ন বংশৰ জ্যেষ্ঠ বায়ন জগন্নাথ বায়নক আজি বৰপেটাত বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। বৰপেটাৰ বৃহত্তৰ ঠাকুৰ বজাৰ সুৰক্ষা সমিতিয়ে বৰপেটা সত্ৰৰ সন্মুখত বিয়লিৰ ভাগত বিশিষ্ট সত্ৰীয়া শিল্লীজনক সম্বৰ্ধনাৰ বাবে এটা চমু কাৰ্য্যসূচীৰ আয়োজন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা, ডেকা সত্ৰীয়া নৱজিৎ দাস, কেইবাজনো বিশিষ্ট ব্যক্তি, উদ্যোক্তা সমিতিৰ বিষয়ববীয়াৰ লগতে বহুলোক উপস্থিত থাকে।

উল্লেখযোগ্য যে জগন্নাথ বায়নৰ লগতে ৰাজ্যখনৰ আন দুজন বিশিষ্ট লোক ক্ৰমে সত্ৰীয়া নৃত্যশিল্পী তথা সত্ৰীয়া নৃত্যৰ শিক্ষক ৰামকৃষ্ণ তালুকদাৰ আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকো ভাৰত চৰকাৰৰ ফালৰ পৰা ২০১৭ৰ সংগীত নাটক অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

স্মৰ্তব্য যে যোৱা ২২ জুনত বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে জগন্নাথ বায়নৰ বৰপেটা চহৰৰ কুজিদ’হাটীস্থিত বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীক সম্বৰ্ধনা জনাইছিল।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd