• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত ৫ মে’ৰ পৰা ফুটবলৰ বিশেষ প্ৰশিক্ষণ তথা বাচনি শিবিৰ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , April 29, 2018 9:24 pm

1 min read

Football match

প্ৰতিনিধিত্বমূলক ছবি

114
VIEWS
Share on FacebookShare on Twitter

ফুটবল খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দক্ষ ফুটবলাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে বৰপেটাৰ ‘আভা স্পৰ্টচ এণ্ড এডুকেচনেল ফাউণ্ডেচনে’ ৫ মে’ৰ পৰা ফুটবল খেলৰ এক বিশেষ প্ৰশিক্ষণ তথা বাচনি শিবিৰ অনুষ্ঠিত কৰিব।

উল্লেখযোগ্য যে পেচাদাৰী ফুটবল দল গঠন কৰাৰ বাবে বিগত সময়চোৱাতো এই ক্ৰীড়া প্ৰতিষ্ঠানটোৱে বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে।

‘আভা স্পৰ্টচ এণ্ড এডুকেচনেল ফাউণ্ডেচন’ৰ সম্পাদক আতলাফ হুছেইনে জনোৱা অনুসৰি অহা ৫ মে’ৰ পৰা ১৩ মে’লৈ উত্তৰ বৰপেটা হাইস্কুল খেল পথাৰত অনুষ্ঠিত হবলগা এই প্ৰশিক্ষণ তথা বাচনি শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিব প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ তথা কোকৰাঝাৰৰ বাৰহোংখা ফুটবল দলৰ প্ৰশিক্ষক দৈমালু বসুমতাৰীয়ে।

উক্ত শিবিৰত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলক তেওঁ ৭০০২৬০৪৪৯৩, ৯৯৫৭৩৭২৯৫৬ ফোন নম্বৰত যোগাযোগ কৰাৰ বাবে আহবান জনাইছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd