DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা জিলা পেঞ্চনাৰ সংস্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি: নতুন কাৰ্যনিৰ্বাহক গঠন

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 9, 2018 1:45 pm
maxresdefault

প্ৰতিনিধিত্বমূলক চিত্ৰ

138
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলা পেঞ্চনাৰ সংস্থাৰ ২৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন এদিনীয়া কাৰ্যসূচীৰে কালি বৰপেটাত অনুষ্ঠিত হৈ যায়। বৰপেটা চহৰৰ শ্ৰীমন্তপুৰত থকা পেঞ্চনাৰ সংস্থাৰ কাৰ্যালয়ত পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ দাসে। আনহাতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে উপ-সভাপতি প্ৰেবাধ ওজাই। আৰু ইয়াৰ পিছতে অনুষ্ঠিত হয় সাধাৰণ সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক শশধৰ মিশ্ৰই।

সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তথা সংস্থাৰ উপদেষ্টা ব্ৰজেন্দ্ৰ কুমাৰ দাসে। সভা উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে, পেঞ্চনাৰ সকলৰ সমাজৰ প্ৰতি অনেক দ্বায়বদ্ধতা আছে।  সমাজৰ জ্যেষ্ঠ নাগৰিক হিচাপে পেঞ্চনাৰ সকলে সমাজৰ উন্নয়ণৰ বাবে কাম কৰিব লাগে।

তেওঁ লগতে চাকৰিৰ পৰা নতুনকৈ পেঞ্চন লাভ কৰা ব্যক্তি সকলে পেঞ্চনাৰ সংস্থাক অধিক শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব বুলিও আশা প্ৰকাশ কৰে।

এই সভাতে হিচাপ পৰীক্ষক দীনেশ দাসে ২০১৬-১৭য়২০১৭-১৮ বৰ্ষৰ হিচাপৰ খতিয়ান দাখিল কৰে। ইয়াৰ পিছতে সম্পাদক শশধৰ মিশ্ৰই বিগত দুবছৰীয়া কাৰ্যকালৰ সম্পাদকীয় প্ৰতিেবদন পাঠ কৰে।

হিচাপ পৰীক্ষক আৰু সম্পাদকে প্ৰতিবেদন পাঠ কৰাৰ পাছতে ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ বাবে ব্ৰজেন্দ্ৰ কুমাৰ দাস, প্ৰেবাধ ওজা আৰু ভদ্ৰেশ্বৰ দাসক উপদেষ্টা, নন্দলাল দাসক সভাপতি দিলীপ কুমাৰ দাসক উপসভাপতি, শশধৰ মিশ্ৰক সম্পাদক, আৰু গুনীন্দ্ৰ নাথ দাস আৰু পৰেশ চন্দ্ৰ দাসক যুটীয়া সম্পাদক হিচাপে লৈ পেঞ্চনাৰ সংস্থাৰ ১৮ জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd