• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা সাহিত্য সভাৰ দিলীপ কুমাৰ শৰ্মা সোঁৱৰণী সদৌ অসম শিশু উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতা

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , May 18, 2018 8:25 pm

1 min read

Assam-sahitya-sabha

প্ৰতিনিধিত্বমূলক ছবি

137
VIEWS
Share on FacebookShare on Twitter

বৰপেটা সাহিত্য সভাৰ দিলীপ কুমাৰ শৰ্মা সোঁৱৰণী ন্যাসে এইবাৰ সদৌ অসম ভিত্তিত শিশু উপন্যাস সাহিত্যক আধাৰ হিচাপে লৈ দ্বিতীয়খনি পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত শিশু উপন্যাসৰ পাণ্ডুলিপিটো বৰপেটা সাহিত্য সভাৰ প্ৰকাশনৰূপে প্ৰকাশ কৰি অহা আগষ্টত দিলীপ কুমাৰ শৰ্মাৰ স্মৃতি দিৱসৰ দিনা উন্মোচন কৰা হ’ব। সেইদিনাখনেই মানপত্ৰ আৰু স্মাৰকৰ লগত গ্ৰন্থখন লেখকক বঁটা হিচাপে প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাখনি সকলো লেখকৰ বাবে মুকলি থাকিব।

প্ৰতিযোগিতাখনিত যোগদান কৰিব বিচৰা লেখকসকলক উপন্যাসৰ পাণ্ডুলিপি ৰামধেনু আখৰত ডিটিপি কৰি চিডিসহ তিনিটা কপি পোন্ধৰ জুনৰ ভিতৰত পোৱাকৈ তলৰ ঠিকনাত পঠাবলৈ অনুৰোধ কৰা হ’ল।

যোগাযোগৰ ঠিকনা – ডঃ ৰাতুল পাঠক (৯১০১১৭১১৮৬), সচিব, দিলীপ কুমাৰ শৰ্মা সোঁৱৰণী ন্যাস, বৰপেটা সাহিত্য সভা প্ৰণৱ ভাগৱতী (৭০০২১০৩২৫২) সম্পাদক, বৰপেটা সাহিত্য সভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ, বৰপেটা (অসম)-৭৮১৩০১।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd