• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰমাত নৈপৰীয়া ৰাইজৰ লগত মথাউৰি মেৰামতিত নামিল ভাৰতীয় সেনা

NE NOW NEWS শশাংক তালুকদাৰ
বজালী , April 22, 2018 5:17 pm

1 min read

বৰমাত নৈপৰীয়া ৰাইজৰ লগত মথাউৰি মেৰামতিত নামিল ভাৰতীয় সেনা
84
VIEWS
Share on FacebookShare on Twitter

বাৰিষাৰ আগজাননীৰ লগে লগে শংকিত হৈ পৰিছে বাক্সা জিলাৰ নৈপৰীয়া ৰাইজ। চৰকাৰৰ পৰা কোনো সঁহাৰি নাপায় সেনাৰ সহায়ত ভগা মথাউৰি মেৰামতিৰ বাবে আজি বৰমাত শ শ পুৰুষ- মহিলা ওলাই আহে ৷

উল্লেখযোগ্য যে বাক্সা জিলাৰ বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰা পাগলাদিয়া নৈৰ প্ৰবল সোঁতে প্ৰতি বছৰে তাণ্ডৱ সৃষ্টি কৰি আলাগজাৰ, কালজাৰ, বৰজাৰ, সুৰাদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক জ্বলা-কলা খোৱাই থকাৰ পিছতো ৰাইজে চৰকাৰৰ জলসম্পদ বিভাগৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই।

চলিত বৰ্ষত এনৰেগা আঁচনিৰ অধীনত কালজাৰ গাঁৱৰ ভগা মথাউৰি মেৰামতিৰ বাবে অনুদান লাভ কৰিছিল যদিও আঁচনিৰ ধন সম্পূৰ্ণ মোকোলাই নিদিয়াৰ ফলত আজি পৰ্যন্ত মেৰামতিৰ কাম আধৰুৱা হৈ আছে।

সেয়ে চৰকাৰৰ আশা বাদ দিয়া অঞ্চলটোৰ নৈপৰীয়া ৰাইজে আজি বৰমাস্থিত ভাৰতীয় সেনাৰ ১৫ নং জাট ৰেজিমেন্টৰ সহায়ত  নিজে মথাউৰি মেৰামতিৰ কামত হাতে-কামে লাগে।

ভুক্ত ভোগী ৰাইজে বিগত ২৫/৩০ বছৰে বানপানীৰ সমস্যাত ভূগি সৰ্বস্বান্ত হোৱাৰ কথা ব্যক্ত কৰি মনৰ ক্ষোভ প্ৰকাশ কৰে ৷

এতিয়া প্ৰশ্ন হয় যে চৰকাৰে এই সকল নৈপৰীয়াৰ দুখ-বেদনা অনুভব কৰি তেওঁলোকৰ দীৰ্ঘদিনিয়া সমস্যাটো সমাধান কৰিবনে?

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd