• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাকত বান পৰিস্থিতিৰ অধিক অৱনতি: দুজনৰ মৃত্যু, কাছাৰত শতাধিক গাঁও প্লাবিত

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
June 16, 2018 1:13 pm
ATTACHMENT
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনমানৰ পৰা চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক আৰু  কুচিয়াৰা নদীৰ পানী বিপদ সীমাৰ ওপৰলৈ বৈ যোৱাত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। সেয়েহে সম্প্ৰতি ভয়াৱহ ৰূপ লৈছে বৰাক উপত্যকাৰ বানে।

উল্লেখযোগ্য যে বৰাকৰ লগতে উপনৈ মধুৰা, সোণাই, ধলেশ্বৰী, চিৰি, জিৰি,ডলু , জাতিংগা, কাটাখাল আদি নৈৰ বাঢ়নী পানীয়ে বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লৈছে। ইতিমধ্যে ডলু নদীৰ বাঢ়নী পানীৰ প্রবল সোঁতত ৰীণা মূৰা (৪০)নামৰ এজনী মহিলাৰ লগতে লক্ষীপুৰত আন এজন লোক উটি যায়। সম্প্ৰতি শিলচৰৰ বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত বিপদসীমা 19,83 মিটাৰ। আজি পুৱা সাতমান বজাত 21,27 চেন্টিমিটাৰ ওপৰেদি পানী বাগৰিছে।

Apply Now

কাছাৰ জিলাৰ উপায়ুক্ত এছ লক্ষনাণে এই সন্দৰ্ভত কয় যে ডলু নদী পাৰ হ’বলৈ গৈ এজনী মহিলাৰ মৃত্যু হোৱাৰ পাছত আৰু এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ইতিমধ্যে কাছাৰ জিলাৰ ১২০ খন গাঁও পানীৰ তলত বুৰ গৈছে আৰু প্ৰায় ১৫ হেজাৰ লোক বানৰ কবলত পৰিছে। শিলচৰ চহৰত অতি কমেও প্ৰায় এহেজাৰ লোক চৰকাৰী স্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে।

ATTACHMENT বৰখলা সমষ্টিৰ দুৰ্গত লোকক উদ্ধাৰৰ বাবে আছাম ৰাইফলছৰ জোৱান আৰু লক্ষীপুৰত এছডিআৰএফৰ সহায় লৈছে প্ৰশাসনে। আনহাতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্যই শিলচৰৰ আশ্ৰয়  শিবিৰ সমূহ পৰিদর্শন কৰি পৰ্যাপ্ত সাহাৰ্য সামগ্ৰী বিতৰণৰ নিৰ্দেশ দিছে। ইপিনে শিলচৰ- কৰিমগঞ্জ ৰাষ্ট্রীয় ঘাইপথ আৰু শিলচৰ- আইজল পথ পানীৰ তলত বুৰ যোৱাত যান-বাহনৰ চলাচল বন্ধ ৰখা হৈছে। কেইবা ঠাইত ভূমিস্খলন হোৱাত শিলচৰ-লামডিং ৰেলপথ যোৱা দুই দিনৰ পৰা বন্ধ থকাত বৰাক ,ত্ৰিপুৰাৰ  ৰেল যাতায়াত বন্ধ ৰখা হৈছে৷  বৰাক নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে যোৱাত নাও চলাচল বন্ধ ৰখা হৈছে।

তদুপৰি কাটিগৰাৰ শিয়ালটেক এলেকাত  আশ্ৰয় শিবিৰ খোলা হৈছে । কাছাৰ জিলাত ২৪ টা গড়কাপ্তানী পথ পানীৰ তলত বুৰ যোৱাত যাতায়াত ব্যৱস্থা বন্ধ ৰখা হৈছে। বৰ্তমানলৈ জিলাখনৰ প্ৰায় পাচঁ শতাধিক হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰিছে। জিলাখনৰ ঠায়ে ঠায়ে মথাউৰি ছিগাৰ উপৰি শিলচৰ চহৰৰ শ্লুইচ গেটৰ ওপৰেদি বাঢ়নী পানী সোমাই অহাত বহু এলেকা পানীৰ তলত বুৰ গৈছে।

গৌতম তালুকদাৰ

গৌতম তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd