• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাকত বান পৰিস্থিতি পৰির্দশন মন্ত্ৰী কেশৱ মহন্তৰ : যুদ্ধকালীন তৎপৰতাৰে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
June 17, 2018 11:45 am
IMG-20180617-WA0012

বৰাকত বান পৰিদৰ্শন কালত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। ফটো : নৰ্থ ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক  আৰু  কুছিয়াৰা  নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাত বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে। শনিবাৰৰ ৰাতিৰ পৰা বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত জলস্তৰ কমিছে যদিও উপত্যকাটোৰ বান পৰিস্থিতি এতিয়াও সংকটজনক হৈয়েই আছে।

উপত্যকাটোৰ এনে পৰিস্থিতিৰ মাজতে আজি বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ শিলচৰত উপস্থিত হৈছে জলসম্পদ মন্ত্রী কেশৱ মহন্ত। তেওঁৰ সৈতে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পাল, কিশোৰ নাথ, আমিনূল হক লস্কৰ,অমৰচান্দ জৈন,আনোয়াৰ লস্কৰ সহ বিভাগীয় মুখ্য অভিযন্তা বি ৰংপি, বিশেষ কৰ্তব্যৰত বিষয়া দিবাকৰ ভট্টাচাৰ্য, কাৰ্যবাহী  অভিযন্তা অছিত দেৱ সহ স্থানীয় অগপ নেতৃত্ব উপস্থিত হৈছে।

Apply Now
IMG-20180617-WA0013
শিলচৰত বান পৰিস্থিতিৰ পৰ্যালোচনা কালত মন্ত্ৰী কেশৱ মহন্ত। ফটো : নৰ্থইষ্ট নাও

মন্ত্ৰীগৰাকীয়ে শিলচৰৰ তাৰাপুৰৰ শিৱবাৰীৰ বান্ধ, বৰখলা ,কাটিগৰা , বদৰপুৰ,হাইলাকান্দি আৰু কৰিমগঞ্জৰ বান্ধসমূহ পৰিদর্শন কৰে। তেওঁ যুদ্ধকালীন তৎপৰতাৰে ভাগি যোৱা বান্ধসমূহ মেৰামতিৰ বাবে নিৰ্দেশ দিয়ে।

বৰাকৰ বান আৰু মথাউৰিসমূহ পৰিদর্শন কৰাৰ লগতে মন্ত্ৰী মহন্তই আশ্ৰয় শিবিৰত ৰাইজৰ সৈতে কথা পাতে। তেওঁ লগতে শিবিৰ সমূহত পৰ্যাপ্ত সাহায্য সামগ্ৰী বিতৰণৰো নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, বানৰ কৱলত পৰি বৰাকত এই পৰ্যন্ত ছয় গৰাকী লোকৰ মৃত্যু হৈছে। বৰাকৰ লগতে উপনৈ মধূৰা, সোণাই, ধলেশ্বৰী, চিৰি, জিৰি,ডলু , জাতিঙ্গা, কাটাখাল আদি নৈৰ বাঢ়নি পানীয়ে বান পৰিস্থিতি জটিল কৰি তুলিছে।

শিলচৰৰ বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত বিপদসীমা ১৯৮৩ মিটাৰলৈ বৃদ্ধি পাইছে।  আজি দুপৰীয়ালৈকে নদীখনৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে।

গৌতম তালুকদাৰ

গৌতম তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd