DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাক উপত্যকাক কেন্দ্ৰশাসিত অঞ্চল ঘোষণাৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2017 3:35 pm
বৰাক উপত্যকাক কেন্দ্ৰশাসিত অঞ্চল ঘোষণাৰ দাবী
491
VIEWS
Share on FacebookShare on Twitter

বৰাক উপত্যকাৰ কেন্দ্ৰশাসিত অঞ্চল দাবী কমিটীয়ে (Union Territory Demand Committee) বৰাক উপত্যকাক কেন্দ্ৰ শাসিত অঞ্চলৰ মৰ্য্যাদা দিয়াৰ দাবীত অহা ১৬ জানুৱাৰীত এক সমাৱেশৰ আয়োজন কৰিছে। UTDC ৰ সভাপতি সঞ্জীত দেবনাথে কয় যে এই সমাৱেশৰ পিছতে তেওঁলোকে নিজৰ দাবীৰ সমৰ্থনত এক ধৰ্ণা কাৰ্য্যসূচী লোৱাৰ কথাও বিবেচনা কৰি আছে। লগতে তেওঁলোকৰ দাবী জনাই ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী তথা বিভিন্ন বিৰোধী দলৰ নেতাবোৰলৈও তেওঁলোকৰ সমৰ্থন বিচাৰি এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিব। যদি বৰাক উপত্যকাক কেন্দ্ৰশাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয় তেন্তে ইয়াৰ নাম হ’ব লাগিব ‘পূৰ্বাঞ্চল’। সভাপতিজনে আমাক জানিবলৈ দিয়ে। তেওঁ অভিযোগ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বৰাক উপত্যকাৰ প্ৰতি সদায় পক্ষপাতমূলক দৃষ্টি লৈ আহিছে। কেন্দ্ৰ শাসিত অঞ্চল হিচাপে মৰ্য্যাদা পালে ই কেন্দ্ৰৰ পৰা পোনপটীয় পুঁজি লাভ কৰিব আৰু অধিক সুপ্ৰশাসনৰ সুযোগ আহিব।

উল্লেখযোগ্য যে ভাৰতত বৰ্তমানলৈকে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি সাতটা কেন্দ্ৰশাসিত অঞ্চল আছে। আনহাতে বৰাক উপত্যকা নামটোৰ উৎস হ’ল অঞ্চলটোৰ মাজেৰে বৈ যোৱা আৰু সমগ্ৰ অসমৰে দ্বিতীয়খন প্ৰধান নদী বৰাক নদী।

Recent News

Finland and Sweden To Join NATO

নাটোত যোগদান কৰিব ফিনলেণ্ড আৰু ছুইডেনে! দাখিল কৰিছে যোগদানৰ আবেদন

body shaming

বডী শ্বেমিঙৰ আতিশয্য: সহপাঠীক হত্যা কৰিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰই

Shahi Idgah mosque

মছজিদ নে মন্দিৰ! এইবাৰ মথুৰাৰ শ্বাহি ইদগাহ মছজিদত নামাজ বন্ধ কৰাবলৈ আবেদন

Darrang Police announce Rs 2 lakh reward

জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া চোৰাংচিকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা দৰং আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd