• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাক উপত্যকালৈ মুখ্য মন্ত্ৰী সোণোৱালৰ ১০০ কোটি টকাৰ বান সাহায্য ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 24, 2018 10:13 pm

2 min read

বৰাক উপত্যকালৈ মুখ্য মন্ত্ৰী সোণোৱালৰ ১০০ কোটি টকাৰ বান সাহায্য ঘোষণা
100
VIEWS
Share on FacebookShare on Twitter

বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বান পৰিস্থিতি চৰজমিন অধ্যয়ন কৰি সাম্প্ৰতিক বান পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১০০ কোটি টকাৰ বান সাহায্য ঘোষণা কৰিছে। কালি বিয়লি শিলচৰত উপস্থিত হৈ উপত্যকাটোৰ কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ উপৰি আজি কাছাৰ জিলাৰ বান পৰিস্থিতিৰো মুখ্য মন্ত্ৰী গৰাকীয়ে বুজ লয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে আজি শিলচৰ নগৰৰ শিৱপুৰত বৰাক নদীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিলচৰ-কালাইন পথ পৰিদৰ্শন কৰে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে শিলচৰ নগৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বানাক্ৰান্ত সকলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোক সকলৰ সৈতে মত-বিনিময় কৰে।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিধায়ক সকলৰ উপস্থিতিত বিভিন্ন উচ্চ পদস্থ বিষয়া তথা জিলা মূৰব্বী সকলৰ সৈতে পৰ্যালোচনা কৰি সকলোকে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

আনহাতে চৰকাৰী কাৰ্যালয়ৰ ভিতৰত সোমাই নাথাকি বিষয়া সকলক বান প্ৰভাৱিত অঞ্চল সমূহ চৰজমিন পৰ্যবেক্ষণ কৰি তাৎক্ষণিকভাৱে প্ৰতিবেদন সমূহ প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

লগতে মুখ্য মন্ত্ৰী সোণোৱালে বানৰ দ্বাৰা প্ৰভাৱিত জীৱ-জন্তু সমূহেও যাতে সম্পূৰ্ণ সেৱা আৰু সুবিধা লাভ কৰিব পাৰে সেইয়া নিশ্চিত কৰিবলৈ পশু পালন বিভাগক নিৰ্দেশ দিয়ে।

এই পৰ্যালোচনা সভাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপৰি শিলচৰ, লক্ষীপুৰ, কাটিগঢ়া, উদাৰবন্দ আৰু বৰখলাৰ বিধায়কসকল উপস্থিত থাকে।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd