DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰ্ণাঢ্য আয়োজনেৰে কোকৰাঝাৰত ঈদ-উল-ফিতৰ উদযাপন : বিশেষ নামাজত অংশগ্ৰহণ হাগ্ৰামাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 17, 2018 9:07 am
hagrama-idd-570x320

বিটিচ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ঈদ-উল-ফিতৰ উপলক্ষে বিশেষ নামাজত অংশ লৈছে। ফটো : নৰ্থইষ্ট নাও

98
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশ তথা বিশ্বৰ লগতে ৰাজ্যখনৰ কোকৰাঝাৰতো মুছলমান সম্প্ৰদায়ৰ লোকসকলে উৎসাহ-উদ্দীপনা আৰু ধৰ্মীয় পৰম্পৰাৰে ঈদ-উল-ফিতৰ উদযাপন কৰে।

জিলাখনৰ ভূতগাঁও, ছালাকাটি, জয়পুৰ, ফকীৰাগ্ৰাম, চিলিটা আৰু গোসাইগাঁওৰ দৰে বিভিন্ন স্থানত মচজিদ আৰু ঈদগাহসমূহত বিশেষ নামাজৰ আয়োজন কৰা হয়।

ইছলাম ধৰ্মাৱলম্বী লোকসকলে মচজিদ আৰু ঈদগাহসমূহত সমবেত হৈ শান্তিৰ বাবে প্ৰাৰ্থনাৰে নামাজ পঢ়ে।

ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ৰমজান মাহৰ অন্তত ঈদ-উল-ফিতৰ পালন কৰা হয়। ৰমজান মাহত ইছলামধৰ্মী লোকসকলে পুৱাৰে পৰা সন্ধিয়ালৈকে উপবাসে থাকি ৰোজা পালন কৰে।ঈদ-উল-ফিতৰ বিশ্ব ভাতৃত্ববোধৰ ভাৱনা লৈ উদযাপন কৰা হয়।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই উপলক্ষে অসমৰ জনসাধাৰণলৈ ঈদৰ শুভেচ্ছা জনাইছে।

হাগ্ৰামাই লগতে কোকৰাঝাৰত ৰাইজৰ উৎসাহ-উদ্দীপনা আৰু সম্ভাষণৰ মাজতে বিশেষ নামাজতো অংশ লয়।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd