• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰ্ষ পূৰ্তিৰ প্ৰাক্ মুহূৰ্তত অস্থিৰ হৈ পৰাৰ দিশে মণিপুৰৰ বীৰেন সিং চৰকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2018 12:59 pm

1 min read

nb-1-678x381
87
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ এল বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ কাৰ্যভাৰ গ্ৰহণৰ এবছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্ততে সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা দিছে।

মণিপুৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ সহযোগী নাগা পীপলছ ফ্ৰন্টে (এনপিএফ) চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ ভাবুকি দিছে।

মণিপুৰত শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ  চাৰিগৰাকী বিধায়ক থকা এনপিএফ নাগালেণ্ড চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনৰো শাসনৰ অংশীদাৰ।

সোমবাৰে এন পি এফে কয় যে ২৭ তাৰিখৰ নাগালেণ্ড নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত তেওঁলোকে মিত্ৰতাৰ পৰা আঁতৰি যাব পাৰে।

অৱশ্যে ইয়াৰ আগেয়ে ভাৰতীয় জনতা পাৰ্টিৰ মণিপুৰৰ সাধাৰণ সম্পাদক এন নিমবাছ সিংঙে দেওবাৰে কৈছিল যে নাগালেণ্ডত এনপিএফ আৰু বিজেপিৰ বিভাজনে মণিপুৰৰ মিত্ৰজোঁট চৰকাৰখনক কোনোধৰণে ক্ষতি নকৰে।

উল্লেখযোগ্য যে চাৰিগৰাকী এনপিএফ বিধায়কৰ ভিতৰত লছি ডিখোই জনস্বাস্থ্য কাৰিকৰী, আভিযান্ত্ৰিক বিভাগ আৰু মূদ্ৰণ ও লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই আছে।

বাকী তিনিগৰাকী বিধায়ক আৱাংবও নিউমাই, খাছিম ভাশহুম আৰু কে লেইশিও যোৱা বছৰ পদবীটো উঠাই দিয়াৰ আগলৈকে সংসদীয় সচিব হিচাপে কাৰ্যভাৰ চলাই আছিল।

 

Recent News

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

Krishnai

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

CM

মুছলমানৰ জনসংখ্যাতকৈ অধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে চৰকাৰে; যোগী আদিত্যনাথৰ বিতৰ্কিত মন্তব্য

img_6353

ম্যানমাৰ সামৰিক অভ্যুত্থান : ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ; মৃত্যু ৩৮ গৰাকী, গ্ৰেপ্তাৰ বহু প্ৰতিবাদকাৰীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd