• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাষ্য দিবলৈ চিবিআইয়ে মোক হেচা দিয়া নাছিল : ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিব কাজল শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2018 11:30 am
indrani-mukherjea-pti-875-570x320

ফাইল ফটো : ইন্দ্ৰাণী মুখাৰ্জী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বীনা বৰা হত্যাকাণ্ডৰ আন এক নতুন দিশ আদালতত উন্মোচিত হৈছে। প্ৰতিপক্ষৰ অধিবক্তাই দাবী কৰিছিল যে ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিব কাজল শৰ্মাক এটা মনেসজা ভাষ্য দিবলৈ অন্যথা শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি চিবিআইয়ে ভাবুকি দিছিল।

কাজল শৰ্মাই অৱশ্যে বৃহস্পতিবাৰে বিশেষ আদালতক এয়া সত্য নহয় বুলি জানিব দিছে।

Apply Now

গোচৰটোৰ তৃতীয়গৰাকী আইনী সাক্ষী হিচাপে জেৰাৰ অন্তিম দিনটোত কাজল শৰ্মাক ইন্দ্ৰাণীৰ স্বামী তথা সহ অভিযুক্ত পীটাৰ মুখাৰ্জীৰ অধিবক্তা শ্ৰীকান্ত শিৱাদে প্ৰশ্ন কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ এটা বাতৰিত এই কথা কোৱা হৈছে।

জানিব পৰা মতে শিৱাদেই আদালতক জনাইছিল যে শৰ্মাক চিবিআইৰ কাৰ্যালয়লৈ আনি চাৰি ঘন্টা জেৰা কৰিছিল। জেৰাৰ সময়ত তেওঁক এইবুলি কোৱা হৈছিল যে তেওঁ যদি এটা ভাষ্য নিদিয়ে তেতিয়াহ’লে তেওঁক গোচৰটোত এগৰাকী অভিযুক্ত হিচাপে বিবেচনা কৰা হ’ব।

বাতৰি অনুসৰি যোৱা এপ্ৰিল মাহৰ পৰা গোচৰটোত সাঙোৰ খাই পৰা শৰ্মাই তেওঁৰ কম্পিউটাৰৰ জ্ঞানৰ পৰা আৰম্ভ কৰি স্কাইপ একাউন্ট আৰু তেওঁৰ নিয়োগ কৰ্তা ইন্দ্ৰাণী সম্পৰ্কে সকলো বিষয়ৰ ওপৰত প্ৰশ্নৰ সন্মুখীন হৈ আহিছে।

ইয়াৰ পূৰ্বে চিবিআইয়ে দাবী কৰিছিল যে শ্বীনা বৰাৰ হত্যাকাণ্ডৰ পিছত কাজলে ২০১২ চনত পদত্যাগ পত্ৰত স্বাক্ষৰ কৰি অভিযুক্ত নিয়োগকৰ্তালৈ প্ৰেৰণ কৰিছিল আৰু এখন ছুটী তথা অনুজ্ঞাপত্ৰ বাতিলকৰণৰ নথি তেওঁৰ মালিকলৈ পঠিয়াই দিছিল।

কাজলে ইয়াৰ আগেয়ে আদালতক কৈছিল যে ইন্দ্ৰাণীয়ে যেতিয়া তেওঁক শ্বীনাৰ চহী জাল কৰিবলৈ নিৰ্দেশ দিছিল, তেতিয়া প্ৰথমতে তেওঁ সেয়া অস্বীকাৰ কৰিছিল কিন্তু পিছত তেওঁক যেতিয়া কোৱা হৈছিল যে শ্বীনা আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল আৰু তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ বাবে ইন্টাৰনেট সেৱা নাই তেতিয়া কাজল মান্তি হৈছিল।

কাজলে লগতে আদালতক জনাইছিল যে তেওঁ চহী জাল কৰাটো অপৰাধমূলক কাৰ্য বুলি জনা নাছিল।

তেওঁ আদালতৰ আগত স্বীকাৰ কৰিছিল যে তেওঁ শ্বীনা বৰাৰ চহী জাল কৰাৰ বাবে অনুশীলন কৰা কাগজ-পত্ৰবোৰ তেওঁৰ নিয়োগকৰ্তা ইন্দ্ৰাণী মুখাৰ্জীৰ নিৰ্দেশত নষ্ট কৰি পেলাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd