• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষৰ উদ্যোগত ডিব্ৰুগড়ত ৰাজভাষা সংগোষ্ঠী দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 11:44 am
Airport
130
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষ, উত্তৰ-পূব মণ্ডলৰ উদ্যোগত যোৱা শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাজভাষা সংগোষ্ঠী দিৱস।

ডিব্ৰুগড়ৰ হোটেল লিলিত অনুষ্ঠিত এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষৰ মানৱ সম্পদ উন্নয়ন বিষয়া অনুজ আগৰৱালে ৰাজভাষা সংগোষ্ঠী দিৱসৰ শুভাৰম্ভণি কৰাৰ লগতে ‘ৰাজভাষা প্ৰকাশ’ নামৰ এখন হাতপুথিও মুকলি কৰে।

অনুষ্ঠানটোত ভাষণ আগবঢ়ায় অনুজ আগৰৱালে কয়- ‘সম্প্ৰতি সমগ্ৰ দেশতে হিন্দী সংযোগী ভাষা হৈ পৰিছে। এই ধৰণৰ অনুষ্ঠানে চৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠানসমূহত হিন্দীক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সকলোকে উৎসাহিত কৰিব’।

উল্লেখ্য যে অনষ্ঠানটোত উত্তৰ-পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যকৰী সঞ্চালক ডিকে কামৰা, যুটীয়া পৰিচালন সঞ্চালক ভান গৌতমকে আদি কৰি প্ৰায় ২৯ গৰাকী বিষয়াৰ সগতে অন্যান্য বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অনুষ্ঠানটোত ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষৰ উত্তৰ-পূব মণ্ডলৰ বিভিন্ন অঞ্চলৰ ন’ডেল বিষয়া আৰু সঞ্চালকে অংশগ্ৰহণ কৰে।

এনে ধৰণৰ অনুষ্ঠানে হিন্দী ভাষাৰ মৰ্যাদা চৰকাৰী পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ লগতে জনসাধাৰণক ভাষাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

 

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd