• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাক লৈ আমি গৌৰৱান্বিত, স্বাধীনতাৰ দিনৰে পৰা ই অৰাজনৈতিক আৰু ভৱিষ্যতেও অৰাজনৈতিক হৈ থকাটো বিচাৰো : কংগ্ৰেছ নেতা গুলাম নবী আজাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 25, 2018 9:41 pm

1 min read

25-02-18-Guwahati-Ghulam-Nabi-Azad

গুলাম নবী আজাদৰ সংবাদমেল

95
VIEWS
Share on FacebookShare on Twitter

জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত কয় যে ভাৰতীয় সেনা স্বাধীনতাৰ দিনৰে পৰা অৰাজনৈতিক আৰু ইয়াৰ এই চৰিত্ৰই অক্ষুন্ন থকা উচিত।

তেওঁ কয়, ‘সেনাৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আছে, তেওঁলোক আমাৰ ৰক্ষাকাৰী। কিন্তু সেনাই দেশত কোনো ৰাজনৈতিক দলৰ বিকাশৰ বিচাৰ কৰিব নালাগে। দেশৰ ভূখণ্ড আৰু দেশৰ প্ৰতি ইঞ্চি মাটি মাটি ৰক্ষা কৰাটো সেনাপ্ৰধানৰ দায়িত্ব।’

সেনাপ্ৰধান বিপিন ৰাৱতে নতুন দিল্লীৰ এখন চেমিনাৰত শেহতীয়াকৈ অসমলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ আৰু এ আই য়ু দি এফ দলৰ উত্থানৰ মাজত সংযোগ টানি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাজনে এই মন্তব্য আগবঢ়াই।

তেওঁ কয়, ‘স্বাধীন হোৱা দিন ধৰি অৰাজনৈতিক চৰিত্ৰ বজাই ৰখা আমাৰ সেনাবাহিনীক লৈ আমি গৌৰৱান্বিত। আমি আমাৰ সেনাক অৰাজনৈতিক কৰি ৰাখিছো আৰু ভৱিষ্যতেও ই অৰাজনৈতিক হৈ থকাটোৱে বিচাৰো।’

নিৰ্বাচনমুখী মেঘালয়ত দলৰ হৈ প্ৰচাৰ চলাই আহি আজি নেতাজন গুৱাহাটীত উপস্থিত হৈছেহি।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd