• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-নেপাল সীমান্তৰ নিৰপেক্ষ অঞ্চলত ভাৰতে নিৰ্মাণ কৰিছে দলং

NE NOW NEWS এন ই নাও নিউজ
কাঠমাণ্ডু , January 25, 2018 4:26 pm

1 min read

ভাৰত-নেপাল সীমান্তৰ  নিৰপেক্ষ অঞ্চলত ভাৰতে নিৰ্মাণ কৰিছে দলং

ভাৰত-নেপাল সীমান্তৰ মাজৰ নিৰপেক্ষ অঞ্চলৰ সীমান্ত খুটি। ফটো: দ্য কাঠমাণ্ডু প’ষ্ট

151
VIEWS
Share on FacebookShare on Twitter

ভাৰতে ভাৰত-নেপাল সীমান্তৰ নিৰপেক্ষ অঞ্চল গুলাৰিয়া-১০ ৰ খালেপুৰুৱাত এখন দলং নিৰ্মাণ কৰিছে। স্থানীয় লোকৰ উদ্ধৃতিৰে এই বাতৰি পৰিৱেশন কৰিছে ‘দ্য কাঠমাণ্ডু প’ষ্টে’।

এগৰাকী স্থানীয় ব্যক্তি নৰেশ লোধে কয় যে ভাৰতীয় কৰ্তৃপক্ষই দক্ষিণ নেপাল-ভাৰত সীমান্তৰ পিলাৰ নং ৬১/৬৪৭ৰ ১৬ মিটাৰ আঁতৰৰ সীমা নিৰপেক্ষ অঞ্চলত পৰা ৰাস্তাটো আৰু এখন দলং নিৰ্মাণ কৰিছে।

তেওঁ লগতে কয় যে সূৰ্য নদীৰ ওপৰৰ দলংখন বাৰিষা মথুৰা হৰিদ্বাৰ অঞ্চলত হোৱা বানপানীৰ বাবে দায়ী।

সীমান্ত অঞ্চলৰ বাসিন্দাসকলে কয় যে দলংখন ভূমি স্তৰৰ পৰা তিনি মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে য’ৰ পৰা নদীটোৱে নেপালৰ দিশে গতি কৰি বানপানীৰ সৃষ্টি কৰে।

বাতৰি অনুসৰি ভাৰতীয় কৰ্তৃপক্ষই দলংখন তথা ৰাস্তাটো বলপূৰ্বক নিৰ্মাণ কৰিছে। সীমান্ত  চকীৰ সশস্ত্ৰ আৰক্ষী বাহিনীয়ে নেপাল-ভাৰতৰ যৌথ সীমান্ত জৰীপ দলে দুয়োখন দেশৰ মাজৰ সীমা নিৰ্দ্ধাৰণ নকৰালৈকে এই নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছিল।

দলং নিৰ্মাণৰ কাম চোৱাচিতা কৰা ভাৰতীয়া ঠিকাদাৰ মহম্মদ খাঁই কয় যে তেওঁৰ ফাৰ্মখনে চাৰিবছৰ আগতেই দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

মুখ্য জিলা বিষয়া নাৰায়ন ভট্টৰাইয়ে কয় যে তেওঁ খালেপুৰুৱালৈ পৰিদৰ্শনৰ বাবে যাব আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

অঞ্চলটোৰ সীমান্ত খুটিসমূহ জৰীজীৰ্ণ হৈ পৰাৰ বাবে দুয়োখনৰ দেশৰ সীমা পৃথক কৰাটো জটিল হৈ পৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd