• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো পৱিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ উদযাপন

NE NOW NEWS মিণ্টু দাস
নগাঁও , June 16, 2018 5:45 pm

1 min read

ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো পৱিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ উদযাপন
147
VIEWS
Share on FacebookShare on Twitter

বর্ষাবিঘ্নিত পৰিবেশৰ মাজতো ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰে উদযাপিত হৈছে ইছলাম ধর্মাৱলম্বী লোকসকলৰ পবিত্র উৎসৱ ঈদ-উল-ফিতৰ।

পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজা পালনৰ অন্তত আজি অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ঈদগাহ ময়দানত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ। এই নামাজত শিশুৰ পৰা বয়োবৃদ্ধলৈকে কেইবা সহস্ৰাধিকে অংশগ্রহণ কৰি নিজৰ, দেশৰ, সমাজৰ তথা সমগ্র বিশ্বৰ মানুহৰ শান্তি-সম্প্রীতি আৰু সমৃদ্ধিৰ কামনাৰে আল্লাৰ ওচৰত প্রার্থনা জনায়।

তাৰ পিছত পৰস্পৰে পৰস্পৰক আলিংগন কৰি ঈদ মোবাৰক যাঁচে।

উল্লেখযোগ্য যে ঈদ উপলক্ষে নগাঁও জিলাৰ টাউন ঈদগাহ ময়দান, ঘূটলাইপট্টি ঈদগাহ ময়দানৰ লগতে জাজৰি, দক্ষিণপাট, ডাকৰঘাট, কাৱৈমাৰি, শেনচোৱা ডেকাগাঁ‌ও, চিলঙনী, জুৰীয়া, ৰূপহী, গড়াজান, ধিং, বটদ্ৰৱা, চামগুৰি, ৰাঙলু, কঠিয়াতলী, পানীখাটী আদি অঞ্চলত সমূহীয়া নামাজৰ উপৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

আনহাতে নগাঁও জিলাৰ ঐতিহাসিক জাজৰি আঞ্চলিক ঈদগাহ ময়দানখনি আজি পৰ্যন্ত কোনো চৰকাৰেই পকীকৰণৰ ব্যৱস্থা নকৰাত আক্ষেপ প্ৰকাশ কৰিছে জাজৰিৰ ইছলামধৰ্মী লোকসকলে।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd