• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ত্ৰিপুৰা নিৰ্বাচনী বিভাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2018 9:29 am
Tripura-vote-

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮ ফেব্ৰুৱাৰিতে অনুষ্ঠিত হৈ যোৱা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান ঘণ্টা বাকী। ৰাজ্যখনৰ চাৰিও ফালে সীমাহীন উৎকণ্ঠা। ইয়াৰ মাজতে শণিবাৰে ৰাজ্যখনৰ ৫৯ টা বিধানসভা সমষ্টিৰ ভোট গণনা সম্পূৰ্ণ নিয়াৰিকৈ চলাই নিয়াৰ বাবে ইতিমধ্যে সাজু হৈ উঠা বুলি প্ৰকাশ কৰিছে ত্ৰিপুৰা নিৰ্বাচন বিভাগে।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰণীকান্তীয়ে ভোট গণনা সম্পৰ্কত বৃহস্পতিবাৰে আগৰতলাত এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যখনৰ গোটেইকেইটা সমষ্টিৰ বাবে মুঠ ২০ টা কেন্দ্ৰত ভোট গণনা কৰা হ’ব বুলি জনায়।

Apply Now

ভোটগণনাৰ দিনা ৰাজ্যখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে তাৎক্ষণিক মোকাবিলা কৰিবলৈ ৰাজ্যিক আৰক্ষীয়ে তিনিটা পৰ্যায়ত সুৰক্ষা বেষ্টনী গঢ়ি তুলিছে।

আনহাতে প্ৰত্যেকটো ভোট কেন্দ্ৰতে সম্পূৰ্ণ ৱেবকাষ্টিং আৰু চিচিটিভিৰ নজৰত ভোটগণনা অনুষ্ঠিত কৰা হ’ব বুলি জনায় নিৰ্বাচনী বিষয়াজনে।

মুখ্য বিষয়াজনে আৰু জনোৱা মতে প্ৰত্যেক কেন্দ্ৰতে একোজনকৈ সাধাৰণ পৰ্যবেক্ষক থকাৰ উপৰি প্ৰত্যেকখন ভোটগণনা কৰা টেবুলতো একোজনকৈ মাইক্ৰ’ পৰ্যবেক্ষক দিয়াৰো ব্যৱস্থা কৰা হৈছে।

ভোটগণনা কাৰ্যৰ বাবে সৰ্বমুঠ ২৭ গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিয়োগ কৰা হৈছে। আৰু শণিবাৰৰ দিনটোত আইন-শংখলা জনিত কাম-কাজ চোৱাৰ বাবে ৭ গৰাকী আৰক্ষী বিষয়াক পৰ্যবেক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে বুলি কয় তৰণীকান্তীয়ে।

উল্লেখ্য যে ইভিএম মেচিনত আৱদ্ধ ভোটসমূহ গণনা কৰাৰ পূৰ্বে ডাক বেলটযোগে সাব্যস্ত কৰা ভোটসমূহ গণনা কৰিব।

মুখ্য নিৰ্বাচনী বিষয়া তৰণীকান্তীয়ে ভোটগণনা সন্দৰ্ভত প্ৰত্যেক দলৰে প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হৈছে। আৰু এই আলোচনাৰ জৰিয়তে ফলাফল ঘোষণা কৰাৰ দিনটোত সকলো দলকে ৰাজ্যখনত শান্তি-শৃংখলা অটুত ৰখাত সহায় কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd