DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভয়ংকৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে বিশ্বনাথ-ঘাটত 

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 28, 2018 1:53 pm
biswanath ghat erosion
108
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নিশ্চিহ্ন কৰাৰ উপক্ৰম ঘটিছে ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ-ঘাট। ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি চপৰা-চপৰে মাটি খহাই থকাত বিশ্বনাথ ঘাটক লৈ মানুহ আশংকাত দিন নিয়াইছে। বাৰিষা  অহাৰ লগে লগে ক্ৰমে বৃদ্ধি পাই আহিছে বিশ্বনাথ-ঘাট সম্পৰ্কে এই মানুহৰ আশংকা।

এইবাৰ কিছু আগতীয়াকৈ অহা বাঢ়নী পানীয়ে  যেন বাৰিষাৰ আগতেই আৰম্ভ কৰিছে গৰাখহনীয়াৰ তাণ্ডৱ। নিদ্ৰা হৰণ কৰিছে ঐতিহ্যমণ্ডিত বিশ্বনাথ-ঘাটবাসী ৰাইজৰ ।

বাৰিষাৰ ব্ৰহ্মপুত্ৰই ৰাতিৰ ভিতৰতে খহাই নিয়ে বিস্তীৰ্ণ এলেকাৰ ভুমি।

ইতিমধ্যে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিছে যদিও স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ এই যে কেৱল ফটো তুলিয়েই দায়িত্ব সামৰে বিভাগীয় আমোলা-বিষয়াই । বিগত বৰ্ষতো এনে সময়ছোৱাত কেৱল ফটো তুলিয়েই দায়িত্ব সামৰি থৈছিল বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ভুক্তভোগী ৰাইজে। কিন্তু এটা কথা নিশ্চিত, যদি সময় থাকোঁতেই বিভাগীয় কৰ্তৃপক্ষৰ লগতে  প্ৰশাসন তথা ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া সমগ্ৰ গুপ্তকাশী বিশ্বনাথ ঘাট যে বানপানী আৰু খহনীয়াৰ কৱলত পৰিব সেইয়া নিশ্চিত হৈ পৰিছে।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd