DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ভয়চ ইণ্ডিয়া কিডছ ছিজন-২’ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল অসম কন্যা মানসী চহৰীয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 10:32 am
‘ভয়চ ইণ্ডিয়া কিডছ ছিজন-২’ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল অসম কন্যা মানসী চহৰীয়াৰ
109
VIEWS
Share on FacebookShare on Twitter

অসম জীয়ৰী মানসী চহৰীয়াই এণ্ড টিভিৰ ৰিয়েলিটি শ্ব’ ভয়চ ইণ্ডিয়া কিডছ ছিজন-২ ৰ চূড়ান্ত বিজয়ী খিতাপ আঁজুৰি আনি ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই আনিছে।

ৰিয়েলিটি শ্ব’টোৰ শীৰ্ষ ৬ জন প্ৰতিযোগীক চেৰ পেলাই মানসীয়ে আঁজুৰি আনিলে এই বিৰল খিতাপ। ৰিয়েলিটোৰ শ্ব’টোৰ শীৰ্ষ ৬ জন প্ৰতিযোগী আছিল জয়পুৰৰ মহম্মদ ফাজিল, ছেইকিনা মুখীয়া, গুণ্টাছ, নীলাঞ্জনা ৰয়, শ্ৰুতি গোস্বামী।

দেওবাৰে নিশা এণ্ড টিভি কৰ্তৃপক্ষই চেম্পিয়নগৰাকীৰ নাম ঘোষণা কৰাৰ লগে লগে ভাৰতৰ টেলিভিছনৰ ৰিয়েলিটি শ্ব’ৰ চেম্পিয়নৰ তালিকাত আন এগৰাকী অসম সন্তানৰ নাম অন্তৰ্ভুক্ত হোৱা সু-খবৰে ৰাজ্যখনক গৌৰৱাম্বিত কৰে।

আনহাতে প্ৰতিযোগিতাটোত দ্বিতীয় ৰানাৰ্ছআপৰ খিতাপ দখল কৰে আন এগৰাকী অসম সন্তান শ্ৰুতি গোস্বামীয়ে।

দুয়োগৰাকী অসম কন্যাৰ সাফল্যত সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰে।

বিজয়ী খিতাপ দখল কৰা মানসীয়ে ২৫ লাখ টকাৰ এখন চেক আৰু ট্ৰফী লাভ কৰে।

আনহাতে মঙলদৈৰ কলাইগাঁৱৰ নিৱাসী মানসীৰ এই সাফল্যত স্থানীয় লোকে আবতৰীয়া দীপাৱলী পালন কৰে।

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd