• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভৱানীপুৰৰ ৰৌমাৰী মধ্যপাৰাত সম্পন্ন ইফতাৰ মেহফিল

NE NOW NEWS আনিছুজ জামান
ভৱানীপুৰ , June 2, 2018 11:40 pm

1 min read

ভৱানীপুৰৰ ৰৌমাৰী মধ্যপাৰাত সম্পন্ন ইফতাৰ মেহফিল
103
VIEWS
Share on FacebookShare on Twitter

আজি ভৱানীপুৰৰ সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী মধ্যপাৰা মছজিদত এখনি ইফতাৰ মেহফিল অনুষ্ঠিত হয়৷ উক্ত ইফতাৰ মেহফিলৰ পূৰ্বে মছজিদত এখনি আলোচনা সভা অনুষ্ঠিত হয়৷

উক্ত আলোচনা সভাত ৰমজানৰ ৰোজাৰ গুৰুত্ব, ছেহৰি ইফতাৰৰ ফজিলত ফিতৰা প্ৰদানৰ উদ্দেশ্য আৰু বিতৰণৰ সঠিক সময় ইত্যাদি সন্দৰ্ভত আলোচনা কৰা হয়৷

এই আলোচনাত বক্তব্য ৰাখে জামাত ই ইছলামী হিন্দ মাজগাঁও শাখাৰ সভাপতি হাইদৰ আলী আৰু জামাতৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ছফিকুল ইছলামে৷ আলোচনাৰ অন্ততঃ সকলোৱে মিলি সমূহীয়াকৈ আল্লাহৰ ওচৰত মোনাজাত কৰে৷

মোনাজাত কৰে মছজিদৰ ইমাম মৌলানা মফিদুল ইছলামে৷ ইফতাৰ মেহফিলটো সুচাৰুৰূপে সমাপ্ত কৰাত সহায় আগবঢ়ায় জামাতৰ মাজগাঁও শাখাৰ সম্পাদক হাসমত আলী তালুকদাৰ জামাত কৰ্মি ছাদ্দাম হুছেইন আৰু এছ আই অৰ মাজগাঁও শাখাৰ সভাপতি তথা জামাত কৰ্মি হাফিজ ইনামুল হকে।

Recent News

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd