DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মই কোনো কাৰণতে ক্ষমা নোখোজো : ‘বলি-বিতৰ্ক’ সন্দৰ্ভত জুবিন গাৰ্গ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2018 10:32 pm
Zubeen_2
96
VIEWS
Share on FacebookShare on Twitter

২৭ মে’ৰ নিশা কামাখ্যাধামত অনুষ্ঠিত এটা সংগীতানুষ্ঠানত কামাখ্যাধামত চলি থকা বলিপ্ৰথাৰ ৰাজহুৱাকৈ বিৰোধিতা কৰাৰ পিছত জুবিন গাৰ্গ কামাখ্যাৰ সৈতে স্বাৰ্থজড়িত পক্ষৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। কামাখ্যাধামৰ এজন পাণ্ডাই গায়কজনক তেওঁৰ মন্তব্যৰ বাবে গৰিহণা দিয়াৰ লগতে কামাখ্যা ফ্ৰেণ্ডছ ক্লাব নামৰ বহাগী উৎসৱৰ আয়োজক পক্ষটোৱে জুবিনৰ পৰা দাবী কৰিছে ক্ষমা প্ৰাৰ্থনা।

পিছে আজি চানমাৰিৰ আছুৰ গণ-অনশনত ভাগ লোৱাৰ সময়ত স্পষ্টভাষী আৰু বিতৰ্ক ভালপোৱা শিল্পীজনে তাৰ উত্তৰ দি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ কেতিয়াও ক্ষমা নোখোজে। “মই কোনো কাৰণতে ক্ষমা নোখোজো। মই জীৱ-জন্তু ভাল পাওঁ; বলি-বিধান বেয়া পাওঁ।” এইদৰে কয় শিল্পীজনে।

আনহাতে তেওঁ এই মন্তব্যত ব্যক্তিগত মত প্ৰকাশ কৰা বুলিও স্পষ্ট কৰি দিয়ে।

আনহাতে তেওঁৰ ধৰ্মীয় স্থিতি সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, “মোৰ কোনো ধৰ্ম নাই বুলি বহুবাৰ কৈছো।”

উল্লেখযোগ্য যে ব্ৰাহ্মণৰ লগুণ সম্পৰ্কতো কালি গায়কজনে বিতৰ্কিত মন্তব্য কৰিছিল। এই দুয়োটা কথাৰ বাবেই কামাখ্যা ফ্ৰেণ্ডছ ক্লাব নামৰ বহাগী উৎসৱৰ আয়োজক পক্ষটোৱে জুবিনে ক্ষমা নুখুজিলে তেওঁৰ কামাখ্যাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুমকি দিছে।

আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত হোৱা গণ-অনশনত জনপ্ৰিয় শিল্পীজনে ভাগ লৈ বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰে।

 

Recent News

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd