• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈত বাৰে বাৰে লুটপাতকাৰীৰ টাৰ্গেট হৈছে বেংকত ধন জমা ৰখা গ্ৰাহক

NE NOW NEWS ময়ুখ গোস্বামী
গুৱাহাটী , February 21, 2018 9:38 pm

2 min read

Sunny Shah picked up by policemen

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছানি শ্বাহ।

90
VIEWS
Share on FacebookShare on Twitter

বাৰে বাৰে বেংকৰ গ্ৰাহকৰ জমা ধন টাৰ্গেট হৈছে লুটপাতকাৰীৰ। যোৱা ২০ ফেব্ৰুৱাৰিৰ দিনা দৰঙৰ এটা হেকাৰ চক্ৰই দলগাওঁ এছ বি আইৰ শাখাৰ পৰা এজন গ্ৰাহকৰ ৫ হাজাৰ টকা উলিয়াই নিছিল। পিছত আৰক্ষীয়ে হেকাৰ চক্ৰটোৰ মাজৰ এজন চহৰ আলীক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তাৰ এদিন পিছতে আজি আকৌ এছ বি আইৰ মঙলদৈ শাখাৰ চৌহদৰ পৰা আন এজনক আটক কৰে।

ছানি শ্বাহ (২২) নামৰ বঙাইগাৱঁৰ যুৱকজনে আজি চৌহদৰ পৰা আব্দুল মালিক নামৰ এজন লোকৰ পৰা ১ লাখ টকা থকা এটা পলিথিনৰ বেগ লৈ উধাও হ’ব খোজোতেই উপস্থিত লোকে ধৰে।

জানিব পৰামতে আব্দুল মালিক এজন ঠিকাদাৰ আৰু তেওঁ মঙলদৈৰ জয়ানগৰৰ বাসিন্দা। তেওঁ জনোৱামতে, তেওঁ নিজৰ মটৰচাইকেলখনত নিজৰ বেগটো আঁৰি লৈ যাবলৈ ওলাওঁতেই কোনোবাই ‘আপোনাৰ পইচা পৰিল’ বুলি চিঞৰা শুনে। মাত্ৰ কেই ছেকেণ্ডমানৰ বাবে তেওঁৰ মনোযোগ সেইপিনে যাওঁতেই এজন ল’ৰাই তেওঁৰ বেগটো টানি লৈ পলাবলৈ ওলাইছিল। কিন্তু পলাব নোৱাৰিলে। তেওঁলোকে ল’ৰাটোক ধৰিল। বেংকৰ ওচৰ-পাঁজৰৰ ব্যৱসায়ীসকলে জনোৱামতে এইটোৰ এটা চক্ৰ আছে আৰু সিহঁতে বেংক একাউণ্টধাৰীসকলে টকা উলিওৱাৰ লগে লগে তেওঁলোকক অনুসৰণ কৰে আৰু সুকীয়া সুকীয়া কৌশল অৱলম্বন কৰি টকা সৰকাই।

সূত্ৰটোৱে জনোৱামতে কিছু দিনৰ পূৰ্বে এগৰাকী বিধৱা মহিলা একে ঠাইতে একেদৰেই এই চক্ৰটোৰ বলি হৈছিল। মহিলাগৰাকীৰ পৰা চক্ৰটোৱে ৩০ হাজাৰ টকা সৰকাইছিল।

আৰক্ষীয়ে জনোৱামতে আজিৰ ল’ৰাটোৰ পৰা এখন ছুৰী উদ্ধাৰ কৰিছে। ল’ৰাজনে এতিয়ালৈকে আন কাৰো নাম লোৱা নাই বুলি আৰক্ষীৰ সূত্ৰটোৱে জনাইছে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd