• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈৰ অসম ভিত্তিক চাইক্লিঙত প্ৰাঞ্জল ৰাভা চেম্পিয়ন

NE NOW NEWS ময়ুখ গোস্বামী
মঙলদৈ , April 26, 2018 8:49 pm

2 min read

Three winners of cycling contest

বিজয়ী প্ৰতিযোগীসকল- প্ৰাঞ্জল ৰাভা (মাজৰ জন), কুকিল দাস (সোঁ ফালৰজন) আৰু পৰাগ বৰুৱা (বাওঁফালৰ জন)

84
VIEWS
Share on FacebookShare on Twitter

৬৪ সংখ্যক কেন্দ্ৰীয় (সদৌ) মঙলদৈ ৰঙালী বিহু উদ্‌যাপন সমিতিয়ে  ২৬ এপ্ৰিলত মঙলদৈত অনুষ্ঠিত কৰা সদৌ অসম প্ৰাইজমানি চাইক্লিং প্ৰতিযোগিতাত গোৱালপাৰাৰ প্ৰাঞ্জল ৰাভা চেম্পিয়ন হৈছে। ৰাভাই বাইহাটা চাৰিআলিৰ পৰা মঙলদৈৰ গান্ধী ময়দানলৈকে ৩৫ কি:মি: দূৰত্বখিনি ১ ঘণ্টা, ৪ মিনিট ১২ ছেকেণ্ডত সামৰি লয়।

মাথোঁ ২ ছেকেণ্ড অধিক সময়ত এই দূৰত্বখিনি অতিক্ৰম কৰা গুৱাহাটীৰ কুকিল দাসে প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে। ঘৰুৱা প্ৰতিযোগী পৰাগ বৰুৱাই ১ ঘণ্টা ৫ মিনিটত নিৰ্ধাৰিত দূৰত্বখিনি অতিক্ৰম কৰি তৃতীয় স্থান লাভ কৰে।

সাগৰ ডেকা (মঙলদৈ), ৰিমানজু ৰয় গুৱাহাটী), জ্যোতি প্ৰসাদ ডেকা (মঙলদৈ) আৰু হিমাংশু চহৰীয়াই (ওদালগুৰি) যথাক্ৰমে ৪ৰ্থ, ৫ম, ৬ষ্ঠ আৰু ৭ম স্থান লাভ কৰে। প্ৰথম তিনিটা স্থান লাভ কৰা প্ৰতিযোগীসকলে ট্ৰফিৰ উপৰিও সৰ্বমুঠ ২৪,০০০ টকাৰ নগদ ধন প্ৰাইজমানি হিচাপে লাভ কৰে।

আনহাতে, বুধবাৰে বিজুলীবাৰী আৰু ছিপাঝাৰৰ পৰা মঙলদৈৰ পৰা বিহুতলীলৈকে অনুষ্ঠিত হোৱা সদৌ অসমভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতাত গুৱাহাটীৰ বিজয় ডেকাই শীৰ্ষস্থান দখল কৰে। চেম্পিয়ন দৌৰ প্ৰতিযোগীগৰাকীয়ে মুঠ ২০ কি:মি: দূৰত্বখিনি ১ ঘণ্টা ৯ মিনিট আৰু ১ ছেকেণ্ডত অতিক্ৰম কৰে। কামৰূপৰ বকোৰ ছানিদুল আলীয়ে ২য় স্থান, চৰাইদেউ সাপেখাতিৰ বিপুল সতনামীয়ে ৩য় স্থান লাভ কৰে। ট্ৰফিৰ উপৰিও বিজয়ীসকলে মুঠ ২৪,০০০ টকা প্ৰাইজমানি হিচাপে লাভ কৰে। সমগ্ৰ অংশগ্ৰহণকৰীৰ ভিতৰত সম্পূৰ্ণ দূৰত্ব অতিক্ৰম কৰা ১৯ গৰাকী দৌৰ প্ৰতিযোগীৰ মাজত আছে দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টি, সহকাৰী আৰক্ষী অধীক্ষক (প্ৰবেশ্যন) মোহন মীনা আৰু যুৱ উদ্যোগী সাগৰ ডেকা।

Recent News

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd