DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰত গ্ৰেপ্তাৰ সন্দেহজনক চীনা চোৰাংচোৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 8:44 pm
70
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ম্যানমাৰ সীমান্তৱৰ্তী ম’ৰেৰ সমীপৰ টেংনৌপাল জিলাত অসম ৰাইফলচে চোৰাংচোৱা সন্দেহত এজন চীনা নাগৰিকক গ্ৰেপ্তাৰ কৰে। ঘটনাটোৱে চীন আৰু ভাৰতৰ জটিল দ্বি-পাক্ষিক সম্পৰ্কক লৈ গুৰুতৰ উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক কিন মিন জিভ জিয়াং বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ ঘৰ চীনৰ ফুজিয়ান প্ৰদেশত বুলি জানিব পৰা গৈছে। ৫৫ বছৰীয়া চীনা নাগৰিকজনে ম্যানমাৰৰ পাৰ মণিপুৰলৈ প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰা হৈছে। সন্দেহজনক ব্যক্তি গৰাকী অসম ৰাইফলচে মণিপুৰ আৰক্ষীক গতাই দিয়ে। তেওঁৰ হাতৰ পৰা চীনা, ভিয়েটনামী আৰু বাৰমীজ বিভিন্ন নথি-পত্ৰ, বিদেশী মুদ্ৰা, ৩টা পেনদ্ৰাইভ আৰু এটা কম্পাছ জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰই কয়। মণিপুৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি টি মিনাও গাঁৱৰ সমীপৰ এটা পথেদি ম্যানমাৰৰ পৰা ভাৰতলৈ এজন চীনা চোৰাংচোৱাই প্ৰৱেশৰ চেষ্টা কৰিছে বুলি তেওঁলোকে পোৱা খবৰৰ ভিত্তিত অসম ৰাইফলচৰ দল এটা ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয় আৰু চীনা নাগৰিকজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনক চোৰাংচোৱা বিষয়াৰ এটা দলে জেৰা চলাই আছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মণিপুৰৰ গৃহবিভাগে বিষয়টো সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ লগত সঘন যোগাযোগত আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বিষয়টো নতুন দিল্লীৰ চীনা দূতাবাসৰ আগত তুলি ধৰিব।

Recent News

হিন্দু স্বামীৰ লগত বজাৰ কৰিবলৈ যোৱাই হ’ল কাল ; কট্টৰ মুছলমান পুৰুষে প্ৰহাৰ কৰিলে পত্নীক

হিন্দু স্বামীৰ লগত বজাৰ কৰিবলৈ যোৱাই হ’ল কাল ; কট্টৰ মুছলমান পুৰুষে প্ৰহাৰ কৰিলে পত্নীক

জানি লওঁক অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সবিশেষ! সময় কিমান? ভাড়া কিমান?

জানি লওঁক অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সবিশেষ! সময় কিমান? ভাড়া কিমান?

সংকটৰ গৰাহত বড়োলেণ্ড!  বেদখলকাৰীৰ হাতত ৩,৪৯,৫০৫  বিঘা মাটি

সংকটৰ গৰাহত বড়োলেণ্ড! বেদখলকাৰীৰ হাতত ৩,৪৯,৫০৫ বিঘা মাটি

wrestlers protest Bajrang Punia

প্ৰতিবাদী মল্লযুঁজাৰুক গুলীচালনাৰ ভাবুকি অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াৰ: প্ৰত্যুত্তৰ বজৰং পুনিয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd