DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰত হৈ থকা দুদিনীয়া শিশু বিজ্ঞান সন্মিলনৰ সামৰণি : বিজ্ঞানৰ নমুনা প্ৰদৰ্শন ছাত্ৰ-ছাত্ৰীৰ

সভাপতি চামম by সভাপতি চামম
March 18, 2018 10:25 pm
Children_Science_Congress
78
VIEWS
Share on FacebookShare on Twitter

‘পৰিসৰৰ বাহিৰত থকাসকলক বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে সামৰি লোৱা’ (Reaching the Unreached Through Science and Technology) এই শ্ল’গানেৰে আজি ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয়ৰ একাডেমিক বিল্ডিঙত সামৰণি পৰিল দুদিনীয়াকৈ পতা শিশু বিজ্ঞান সন্মিলনৰ।

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৫ তম অধিৱেশনৰ সমান্তৰালকৈ অনুষ্ঠিত এই শিশু বিজ্ঞান সন্মিলনৰ (Children’s Science Congress) অন্তিম দিনা মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক অদয় প্ৰসাদ পাণ্ডে, ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ উদযাপন সমিতিৰ সম্পাদক অধ্যাপক ৱাইখম  বিশ্বনাথ সিং, আই এছ চি এৰ সাধাৰণ সম্পাদক অধ্যাপক পি পি মাথুৰ, একেটা অনুষ্ঠানৰ সহকাৰী কাৰ্য্যবাহী সচিব অৰুণ কে পাণ্ডে তথা কোষাগাৰ বিষয়া অধ্যাপক ৰঞ্জিত কুমাৰ বাৰ্মা সামৰণি অনুষ্ঠানটোত উপস্থিত আছিল। উপাচাৰ্য্য পাণ্ডেই তেওঁৰ চমু ভাষণত কয় যে যুৱ ছাত্ৰসকল হ’ল দেশৰ ভৱিষ্যতৰ বিজ্ঞানী। তেওঁ কয় যে তেওঁ শিশুসকলৰ বিজ্ঞান সন্মিলনক বেছি গুৰুত্ব দিছে। তেওঁ শিশুসকলৰ মগজু অধিক চোকা বুলি কয়।

অনুষ্ঠানটোত হোৱা ৰাজ্যখনৰ বিদ্যালয়বিলাকৰ বিজ্ঞানৰ নমুনা প্ৰতিযোগিতাত ছেইণ্ট জোছেফ হায়াৰ ছেকেণ্ডাৰি বিদ্যালয়ৰ এলবাৰ্ট কেইছামে প্ৰথম পুৰস্কাৰ পায় আৰু ছেইণ্ট মেৰি হায়াৰ ছেকেণ্ডাৰিৰ ফ্লৰেন্স লাৰেমছিমে দ্বিতীয় পুৰস্কাৰ আৰু এলিট একাডেমিৰ কে নাংথৈ শৰ্মাই তৃতীয় পুৰস্কাৰ পায়।

আনহাতে গোটা আৱৰ্জনা ব্যৱস্থাপনা শীৰ্ষক বিষয়বস্তুৰ অধীনত পোষ্টাৰ পেইণ্টিং প্ৰতিযোগিতাত DAV পাব্লিক স্কুলৰ টেলেন খাইডেমে প্ৰথম, পীতাম্বৰ ইংলিছ স্কুলৰ ডেনিছ কেইশ্যাম আৰু ষ্টেণ্ডাৰ্ড ৰ’বাৰ্ট স্কুলৰ থিংগুইজাম পূজা দেৱীয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ পায়। পুৰস্কাৰ পোৱাসকলক ক্ৰমে ৫ হাজাৰ, ৩ হাজাৰ আৰু ২ হাজাৰকৈ টকা আৰু একোখনকৈ প্ৰশংসাপত্ৰ দিয়া হয়।

এই বঁটাপ্ৰাপকসকলৰ উপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে একোখনকৈ প্ৰমাণপত্ৰৰ লগতে ১০০০ টকাকৈ উদগনিমূলক পুৰস্কাৰ দিয়া হয়।

জানিব পৰা মতে, অঞ্চলটোৰ বিভিন্ন ঠাইৰ বিদ্যালয়ৰ পৰা অহা মুঠ ১৫০ জন ছাত্ৰ-ছাত্ৰীয়ে পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্যিক ভিত্তিত পতা বিজ্ঞানৰ নমুনা প্ৰদৰ্শনী প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ মুঠ ৪০জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।

আনহাতে তেলেংগানাৰ পৰা অহা ২৯জন ছাত্ৰ-ছাত্ৰীকে ধৰি মুঠ ৩২জন ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিজ্ঞানৰ নমুনাবোৰ অপ্ৰতিযোগিতাৰ শাখাত প্ৰদৰ্শন কৰিছিল। এই শিশু বিজ্ঞান সন্মিলনখন নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই উদ্বোধন কৰিছিল।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd