• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ থাদৌ জনগোষ্ঠীৰ হুন উৎসৱ উদযাপনত অংশ লৈ বিভাজনমূলক শক্তিক প্ৰশ্ৰয় নিদিবলৈ ৰাজ্যপাল নাজমা হেপতুল্লাৰ আহ্বান

সভাপতি চামম by সভাপতি চামম
April 8, 2018 1:09 pm
HunFest
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ থাদৌ জনগোষ্ঠীয়ে শস্যৰ গজালি মেলা আৰু শস্যৰ প্ৰচুৰ উৎপাদনৰ লগত সংগতি ৰাখি উদযাপন কৰা ‘হুন’ উৎসৱ কালি ৰাজ্যখনৰ কাংপকপি জিলাৰ কেইথেলমেনবি মিলিটেৰি কলনিত উদযাপন কৰা হয়। কৃষি ভিত্তিক এই উৎসৱটোত শস্যৰ প্ৰাচুৰ্য্যময় উৎপাদনৰ বাবে ধন্যবাদ জ্ঞাপনৰ কাৰ্য্যসূচী লোৱা হয়।

অনুষ্ঠানটোৰ মূল কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল ড০ নাজমা হেপটুল্লাৰ লগতে কৃষি মন্ত্ৰী ভি হংখলিয়ান আৰু সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপগেন মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

Apply Now

উপস্থিতসকলৰ আগত ভাষণ দি ৰাজ্যপাল হেপটুল্লাই কয় থাদৌ জনজাতিটোৰ থাদৌ উৎসৱটোৱে ৰাজ্যখনৰ ভাতৃত্ববোধ অধিক মজবুত কৰিব বুলি তেওঁ আশা ৰাখিছে। লগতে তেওঁ এই উৎসৱটোক আনন্দ আৰু মংগলময়তাৰ উৎসৱ বুলি কয়। তেওঁ কয়, হুন উৎসৱ বসন্তৰ সময়ত উদযাপিত হয় আৰু এই উৎসৱটোৱে আমাক কেৱল আনন্দই নিদিয়ে, লগতে অতীতলৈ ঘূৰি চোৱা আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰাৰো সুযোগ দিয়ে।

এই উৎসৱটোক তেওঁ থাদৌ জনগোষ্ঠীৰ লোকসকলৰ জীৱন যাপনৰ প্ৰতীক আৰু ই সদায় তেওঁলোকৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ থাকিব। আনহাতে ৰাজ্যপাল হেপতুল্লাই কয় যে ৰাজ্যখনৰ এটা বৃহৎ সম্প্ৰদায় হিচাপে ৰাজ্যখনৰ ঐক্যত তেওঁলোকৰ বৃহৎ বৰঙনি আছে। ১৯১৭-১৯ত হোৱা এংলো-কুকি যুদ্ধই তেওঁলোকৰ সাহস আৰু স্বাধীনতা প্ৰিয় মনটোৰ প্ৰমাণ দিয়ে। তেওঁ জনসাধাৰণক বিভাজনমূলক শক্তিৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে থাদৌসকলৰ হুন উৎসৱে কেৱল থাদৌসকলৰ সগোত্ৰীয় জনগোষ্ঠীবোৰৰ সামগ্ৰিক পৰিচয়ক দাঙি ধৰা নাই, লগতে শান্তি, প্ৰেম, বন্ধুত্ব আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বঢ়াত সহায় কৰিব। তেওঁ সকলো ধৰণৰ মতভেদ আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰা উচিত বুলিও মত দিয়ে। বন্ধ-অৱৰোধে দুখীয়া শ্ৰেণীটোৰহে ক্ষতি কৰে বুলিও কয়।

আনহাতে কৃষি মন্ত্ৰী হংখালিয়ানে কয় যে তেওঁলোকৰ উপৰিপুৰুষসকলে এই উৎসৱটোক গুটি সিঁচাৰ উৎসৱ হিচাপে পালন কৰিছিল। সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপজেনেও এই উৎসৱটোৱে সকলোকে একেলগ হোৱাৰ বাবে এখন মঞ্চ দিছে। উপৰিপুৰুষ সকলে তেওঁলোকলৈ এই উৎসৱক উত্তৰাধিকাৰ এৰি গৈছে বুলি তেওঁ কয়। উৎসৱৰ কাৰ্য্যসূচীটোত ভালে সংখ্যক লোকৰ লগতে বহুকেইজন সমাজকৰ্মীও উপস্থিত আছিল।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd