• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মণিপুৰৰ দুগ্ধ পামৰ বিকাশৰ বাবে কেন্দ্ৰৰ ৯ কোটিৰ পেকেজ

NE NOW NEWS সভাপতি চামম
ইম্ফল , April 25, 2018 9:52 pm

1 min read

M{Forest]Inauguration of Building at Andro Khunou on 25.4.18 (15)
1.9k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰ চৰকাৰে অনুসূচিত জনজাতি পুজিৰ অধীনত মণিপুৰৰ আন্দ্ৰো, ছেকমাই লেইমাৰাম গাঁওৰ দুগ্ধ পামৰ বিকাশৰ বাবে ৯ কোটি টকা মোকোলাই দিছে বুলি মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

বুধবাৰে আন্দ্ৰো খুনোউৰ  টৰংথেলকমিউনিটি হল উদ্বোধনী অনুষ্ঠানত ভাষণ দি এই কথা প্ৰকাশ কৰিছে মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী থাউনাওজাম শ্যামকুমাৰে।

তেওঁ আৰু কয় যে ইম্ফলৰ পূব জিলাৰ আন্দ্ৰো সমষ্টিত গাহৰি পাম খোলাৰ বাবে তেওঁ জনজাতি উপ পৰিকল্পনাৰ মন্ত্ৰ্যালয়ৰ অধীনত পুঁজি বিচাৰিছে।

সিক্ষা খণ্ডৰ বিকাশৰ কথাত জোৰ দি তেওঁ কয় যে আন্দ্ৰো বিদ্যালয়ৰ বিকাশৰ বাবে ভাৰত চৰকাৰে ৪.৭৫ কোটি টকা মোকোলাই দিছে। এখন আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণৰ বাবে কেন্দ্ৰই ২৫ কোটি মোকোলাই দিছে বুলিও প্ৰকাশ কৰিছে।

ৰাজ্যখনৰ বিভিন্ন এলেকাত শেহতীয়াভাৱে অৰণ্য কমি যোৱাটো ৰোধ কৰাৰ বাবে বৃক্ষ ৰোপণ কৰা হ’ব বুলিও পৰিৱেশ মন্ত্ৰীজনে প্ৰকাশ কৰিছে।

টৰংথেল, আন্দ্ৰো, খুনৌৰ নাগৰিকসকলক ধৈৰ্যেৰে অপেক্ষা কৰিবলৈ আহ্বান জনাই বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই এলেকাটোত তেওঁ বিভিন্ন বিকাশমূলক প্ৰকল্প হাতত লৈছে। দুমাহৰ ভিতৰতে ৰাষ্টাসমূহ পকী কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাজ্যখনৰ বিকাশ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে সৰ্বস্তৰৰ বাসিন্দাৰ সহযোগ কামনা কৰে।

Recent News

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰিৰীক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd