• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ প্ৰথম ৰবট আৰ্হি নিৰ্মাতা থিয়াম নন্দলালক সম্বৰ্ধনা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2018 6:41 pm
মণিপুৰ ৰবট
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এক কাৰ্যসূচীত মণিপুৰৰ প্ৰথম ৰবট আৰ্হি নিৰ্মাণকাৰী ছাত্ৰ থিয়াম নন্দলালক সম্বৰ্ধনা জনোৱা হয়। নন্দলাল ইম্ফল চহৰৰ জনষ্ট’ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।

বিদ্যালয় কৰ্তৃপক্ষ আৰু ইনফৰমেইচন চেণ্টাৰ ফৰ হিল এৰিয়াজ মণিপুৰৰ যুটীয়া উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ সঞ্চালক কিৰণ কুমাৰ আৰু ইনফৰমেইচন চেণ্টাৰ ফৰ হিল এৰিয়াজ মণিপুৰৰ মুখ্য উপদেষ্টা কাংগুজম মধুমংগলে অংশ গ্ৰহণ কৰে।

Apply Now

২০১৭ চনৰ ৰাজ্যিক বিজ্ঞান প্ৰদৰ্শনীত প্ৰথমস্থান দখল কৰা জনষ্ট’ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ নন্দলালে ১৯ জানুৱাৰিৰ পৰা হ’ব লগা আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰিব।

বিষ্ণুপুৰ জিলাৰ নাম্বোল বালাৰাম খুন মেনিং লেইকাইৰ থিয়াম ইশ্ব’ৰচান্দ আৰু থিয়াম চাওবিৰ ৬ টা সন্তানৰ দ্বিতীয়তম নন্দলালে আজিৰ অনুষ্ঠানতে তেওঁৰ ৰবট জন ১৭ (JON 17) ও প্ৰদৰ্শন কৰে।

JON 17 ৰ JO য়ে JOHNSTONE, Nএ  NANDALAL আৰু 17 ই  2017 চনক বুজাইছে।

চিৰিঞ্জ, হৰ্লিকচৰ বটল, বৈদ্যুতিক সামগ্ৰী, ম’বাইল ফোনৰ অংশ, এল ই ডি লাইট আৰু অন্যান্য পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা এই ৰবটটো সাজি উলিয়াবলৈ তেওঁক ১৫ ৰ পৰা ২০ দিনমান সময় লাগিছিল।

নন্দলালে কয়, ‘এখন ইংৰাজী চিনেমা চোৱাৰ পিছত মই ৰবটটো সজাৰ কাম আৰম্ভ কৰিছিলো। ৰবট ব্যৱহাৰ কৰি মই আমাৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰাখিব খোজো।’ তেওঁ লগতে কয়, ‘প্ৰথমে মোক মা-দেউতাই ইয়াক লৈ বহু গালি পাৰিছিল।’

নন্দলালৰ প্ৰচেষ্টাৰ শলাগ লৈ শিক্ষা সঞ্চালক কিৰণ কুমাৰে কয় যে নন্দলালৰ উদ্ভাৱনমূলক আৰ্হি প্ৰশংসাযোগ্য কিন্তু বিভাগটোৱে কেৱল এজন নন্দলালক নহয় বৰঞ্চ বিদ্যালয় সমূহৰ বহু বিলাক নন্দলালকে মনোযোগ দিব লগা হয়।

সেয়ে তেওঁ কয় যে শিক্ষক সকলে আৰু অধিক নন্দলালৰ বিকাশ কৰাৰ বাবে নিত্য নতুন উদ্ভাৱনী প্ৰচেষ্টাৰে আগবাঢ়ি আহিব লাগিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd