• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ স্বাস্থ্য বিভাগে ম্যানমাৰৰ পৰা আমদানিকৃত খাদ্য সামগ্ৰীৰ গুণাগুণ পৰীক্ষা কৰিব

চভাপতি ছামম by চভাপতি ছামম
January 11, 2018 4:43 pm
মণিপুৰৰ স্বাস্থ্যমন্ত্ৰী এল জয়েন্তকুমাৰে বুধবাৰে ইম্ফলত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ মুহূৰ্ত। ফটোঃ চভাপতি ছামম

মণিপুৰৰ স্বাস্থ্যমন্ত্ৰী এল জয়েন্তকুমাৰে বুধবাৰে ইম্ফলত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ মুহূৰ্ত। ফটোঃ চভাপতি ছামম

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাহিৰৰ ৰাজ্যৰ পৰা বিশেষকৈ ম্যানমাৰৰ পৰা আমদানি কৰা খাদ্য সামগ্ৰীৰ গুণাগুণ পৰীক্ষা কৰি চোৱাৰ পৰিকল্পনা কৰিছে মণিপুৰৰ স্বাস্থ্য বিভাগে।

বুধবাৰে নিজৰ কাৰ্যালয় কক্ষত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়  অনুষ্ঠানত এই কথা প্ৰকাশ কৰি মণিপুৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী জয়েন্তকুমাৰে কয় যে চৰকাৰে লগতে বজাৰত উপলব্ধ বিভিন্ন খাদ্য সামগ্ৰীসমূহো ইয়াৰ খাদ্য সুৰক্ষা গোটৰ জৰিয়তে পৰীক্ষা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

Apply Now

মন্ত্ৰীগৰাকীৰ বক্তৱ্যৰ পৰিপূৰক ভাষ্য প্ৰদান কৰি ৰাজ্যখনৰ খাদ্য বিশ্লেষক চি এইচ ছানাজাওৱায়ো জনায় যে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীসমূহ পৰীক্ষা কৰাৰ বাবে নতুন সা-সজুঁলি তথা যন্ত্ৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া চলি আছে।

‘’আমি যদি এই মাহত প্ৰয়োজনীয় সা-সজুঁলিসমূহ ক্ৰয়ৰ বাবে আদেশ পত্ৰ দিওঁ তেতিয়াহ’লে আশা কৰো আমি এনেধৰণৰ বিদেশৰ সা-সজুঁলিসমূহৰ ভিতৰত প্ৰয়োজনীয় পৰীক্ষা মাৰ্চৰ ভিতৰত সম্পন্ন কৰিব পাৰিম,’’-তেওঁ আশা ব্যক্ত কৰে। স্বাস্থ্যমন্ত্ৰী আৰু বিষয়াসকলেও ৰাজ্যখনত সঠিক পৰীক্ষাৰ অভাৱত খাদ্য সামগ্ৰীসমূহত ক্ষতিকাৰক সামগ্ৰীৰ উপস্থিতিৰ বাতৰিৰ বিষয়ে চিন্তা ব্যক্ত কৰে।

একাংশ সংবাদ মাধ্যমৰ ব্যক্তিয়ে আনকি সন্দেহ ব্যক্ত কৰে যে আমদানিকৃত মাছসমূহত ৰাজ্যখনত প্ৰৱেশ কৰাৰ সময়লৈকে সজীৱ কৰি ৰখাৰ বাবে ফৰ্মেলিনকে ধৰি কিছুমান সংৰক্ষক ব্যৱহাৰ কৰা হয় যিবোৰে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

মণিপুৰত কৰ্কটকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যা আছে আৰু এইধৰণৰ খাদ্য সামগ্ৰীৰ ব্যৱহাৰে নিশ্চিতভাৱে জনসাধাৰণৰ জীৱন যাত্ৰা আৰু খাদ্যগ্ৰহণৰ ক্ষেত্ৰত শংকা বৃদ্ধি কৰিছে। জনসাধাৰণে উপভোগ কৰি থকা প্ৰতিটো খাদ্য সামগ্ৰীৰ ওপৰতে সন্দেহ কৰাটো অৱশ্যে সমীচীন নহ’ব।

চহৰখনত সৃষ্টি হোৱা জৈৱ-চিকিৎসাজনিত পেলনীয়াকে ধৰি ক্ষতিকাৰক পেলনীয়াসমূহ উন্নত ব্যৱস্থাপনাৰ বাবে কিছুমান একে শাৰীৰ বিভাগৰ সংলগ্নীকৰণৰ পৰামৰ্শ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে স্বাস্থ্য তথা খাদ্য সুৰক্ষা বিষয়ৰ সমস্যাসমূহ মোকাৱিলা কৰিবলৈ সম্ভআৱ্য সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। মত বিনিময় অনুষ্ঠানত জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলো উপস্থিত আছিল।

চভাপতি ছামম

চভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd