DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মণিপুৰ সম্পৰ্কে মৌন হৈ থকা মোদীয়ে ৰাজস্থানত দিলেগৈ ‘বেটী বাচাও’ শ্লগান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2023 5:47 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ গোষ্ঠীগত সংঘাত সম্পৰ্কে এতিয়াও মুখ মেলা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মণিপুৰত মহিলাক উলংগ কৰি পেৰেড কৰোওৱা ঘটনা সম্পৰ্কত আলোচনা কৰিবলৈ বিচৰা নাই নৰেন্দ্ৰ মোদীয়ে। যাৰ বাবে সাংবাদিক আৰু সংসদৰ পৰাও আঁতৰি ফুৰিছে প্ৰধানমন্ত্ৰীগৰাকী।

মণিপুৰক লৈ নিমাত হৈ থকা মোদীয়ে বৃহস্পতিবাৰে নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ কথা ক’লে। বহুদিনৰ মূৰত ৰাজস্থানৰ ছিকাৰত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ মুখত শুনা গ’ল ‘বেটি বাচাও’ শ্লোগান।

কংগ্ৰেছ শাসিত ৰাজস্থান ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া এটা শ্লোগান মাত্ৰ, ‘নেহী সাহেগা ৰাজস্থান’।

ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ” যথেষ্ট হৈছে।” 

লগতে মোদীয়ে কয়, ”ৰাজস্থান সাহস আৰু বীৰত্বৰ ভূমি। ৰাজস্থানীসকলে ভিক্ষা নকৰে। সেইবাবেই সমগ্ৰ দেশতে এটা গৰ্জন, প্ৰতিজন ৰাজস্থানীৰ এটা সংকল্প আৰু এটা শ্লোগান, ‘বেহেন, বেটীও পৰ তিৰাচা, নেহি সাহেগা ৰাজস্থান’।

বিৰোধী শাসিত ৰাজ্যখনৰ নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মুকলিকৈ বিৰোধিতা কৰাৰ বিপৰীতে বিজেপিশাসিত মণিপুৰৰ নাৰী নিৰ্যাতনৰ সম্পৰ্কে একো নোকোৱাক লৈ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Recent News

কোনে কয় বয়সে বুঢ়া কৰে বুলি? ৭০ বছৰ বয়সত তৃতীয় বিবাহ কৰিলে কিংবদন্তি মল্লযুঁজাৰু হাল্ক হোগানে 

কোনে কয় বয়সে বুঢ়া কৰে বুলি? ৭০ বছৰ বয়সত তৃতীয় বিবাহ কৰিলে কিংবদন্তি মল্লযুঁজাৰু হাল্ক হোগানে 

চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd