DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মমতাক ধন্যবাদ দিলে তপোধীৰ ভট্টাচাৰ্য্যই; চূড়ান্ত খচৰাক লৈ পুনৰ বিতৰ্কিত মন্তব্য বুদ্ধিজীৱীজনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2018 11:35 am
Tapodhir-Bhattacharjee-1-570x320
112
VIEWS
Share on FacebookShare on Twitter

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক বাঙালী বিদ্বেষৰ ৰূপ দিব খোজা অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তপোধীৰ ভট্টাচাৰ্যই পুনৰ বিতৰ্কিত মন্তব্য কৰিছে এন আৰ চিক লৈ।

৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশৰ পাছত কলকাতাৰ পৰা প্ৰকাশিত ‘আজকাল’ নামৰ কাকতখনত ভট্টাচাৰ্যই এন আৰ চিক একাংশ মানুহক ৰাষ্ট্ৰহীন কৰাৰ চক্ৰান্ত  বুলি অভিহিত কৰিছে। তেওঁ এন আৰ চিৰ খচৰাৰ পৰা বাঙালীসকলক ষড়যন্ত্ৰমূলকভাৱে আৰু ইচ্ছাপূৰ্বক বাদ দিয়াৰ অভিযোগ আনি আপত্তিজনক মন্তব্যৰে কয়, “আমি ৰোহিংহা নে ইহুদি?” তেওঁ বাঙালী মানেই অস্পৃশ্য হৈ পৰিছে বুলিও মন্তব্য কৰে।

“বাঙালী ভাষা কোৱাটো কি অপৰাধ নেকি?” এইবুলি প্ৰশ্ন কৰিছে বুদ্ধিজীৱীজনে।

তেওঁ অসত্য তথ্য দাঙি ধৰি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত ৰাজ্যত ৰুদ্ধশ্বাস পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কাকতখনক জানিবলৈ দিছে। তেওঁৰ মতে শিলচৰ চহৰকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন এলেকাত মানুহ শংকিত হৈ পৰিছে।

আনহাতে তপোধীৰ ভট্টাচাৰ্য্যই মমতা বেনাৰ্জীক সমৰ্থন কৰি কয় যে দিদিয়ে স্পষ্ট বক্তব্য ৰাখিছে আৰু তেওঁ ধন্যবাদৰ পাত্ৰ।

উল্লেখযোগ্য যে তপোধীৰ ভট্টাচাৰ্যৰ পৰিয়ালৰ কেইবাজনো লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নহ’ল বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে শিলচৰস্থিত বাঙালী বুদ্ধিজীৱীজনৰ বিৰুদ্ধে পূৰ্বেও এন আৰ চি সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা আৰু উচটনিমূলক তথা জাতিগত বিদ্বেষ বিয়পাব পৰা মন্তব্য দিয়াৰ অভিযোগত দিচপুৰ থানাত গোচৰ ৰুজু হৈছিল।

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd