• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত চাইকেলৰ সমদলেৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 29, 2018 9:29 pm
29-05-18 Guwahati- Congress bicycle rally
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত এক চাইকেল সমদলেৰে অসমৰ লগতে দেশজুৰি হোৱা পে’ট্ৰল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আজি ২৯ মে’ত প্ৰতিবাদ কৰে অসম প্ৰদেশ কংগ্ৰেছে ( APCC )।

সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ওলোৱা প্ৰতিবাদী কংগ্ৰেছী বিষয়ববীয়া, কৰ্মীসকলৰ সমদলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও এখন চাইকেলত কিছুসময় উঠি এই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰাৰ লগতে মোদী চৰকাৰৰ দিনত পে’ট্ৰল-ডিজেলৰ মূল্য আকাশলংঘী হোৱাৰ বাবে মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

Apply Now

‘মোদীক প্ৰধান মন্ত্ৰী পাতিলে পে’ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল’ বুলি গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি লগতে কয় যে সেইবোৰ বিজেপিৰ অপপ্ৰচাৰ আছিল আৰু এতিয়া সকলোবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দিনক-দিনে বৃদ্ধিহে কৰিছে।

ৰিপুন বৰাই সংবাদ মাধ্যমক কয় ‘মোদী চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাগিছে আৰু অধিক জাগিব। আজি ৰেলীত শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদানেই এই কথা প্ৰমাণ কৰিছে।’

আনহাতে ‘মোদী চৰকাৰক খেদিব লাগে আৰু দেশ বচাব লাগে’ বুলি মন্তব্য কৰিলে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে।

প্ৰতিবাদকাৰীসকলে গুৱাহাটীৰ এবিচিস্থিত ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰি গণেশগুৰি হৈ পুনৰ ৰাজীৱ ভৱনলৈকে চাইকেলেৰে সমদল কৰে।

প্ৰতিবাদত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, শৰৎ বৰকটকী, অকণ বৰা, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে অহা ৬ জুনত ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত ধৰ্ণা দি ৰাজ্যপাল আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰপতিলৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব কংগ্ৰেছে।

ইয়াৰোপৰি ৯ জুনত ৰাজ্যৰ ২৭২টা ব্লক কংগ্ৰেছ সমিতিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদত চাইকেল সমদল উলিয়াব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd