• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ বৰসজাইত আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱন উদ্বোধন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2018 5:46 pm

1 min read

Ministry of AYUSH
145
VIEWS
Share on FacebookShare on Twitter

আয়ুশ(Ayurveda, Yoga and Naturopathy, Unani, Siddha and Homoeopathy, AYUSH)ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে শুক্ৰবাৰে মহানগৰীৰ বৰসজাইত আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান, Regional Ayurveda Research Institute for Gastro Intestinal Disorder (RARIGID)ৰ এটা নতুন ভৱন উদ্বোধন কৰে।

ভৱনটো উদ্বোধন কৰি উঠি নাইকে ইণ্ডিয়ান ইন্সটিটিউট অব অণ্ট্ৰপ্ৰেনাৰ্শ্বিপত অনুষ্ঠিত চি চি আৰ এ এছৰ ৰাষ্ট্ৰীয় কৰ্মশালাক সম্বোধন কৰে।

ভাষণ প্ৰসংগত তেওঁ ভাৰতীয় পৰম্পৰাগত ঔষধৰ চহকি ঐতিহ্যৰ কথা উল্লেখ কৰি সমগ্ৰ বিশ্বজুৰি উক্ত পৰম্পৰাগত চিকিৎসা সেৱা পদ্ধতিয়ে এক বিশেষ সমাদৰ লাভ কৰিছে বুলি মন্তব্য কৰে।

সভাখনক সম্বোধন কৰি নাইকে কয়, ‘ ১৯৭১ চনৰ পৰাই চি চি আৰ এ এছ আৰু আয়ুশৰ মন্ত্ৰালায়ে উত্তৰ-পূবত গৱেষনা আৰু উন্নয়ণমূলক কাম-কাজৰ সৈতে জড়িত।’

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম, অৰুণাচল প্ৰদেশ আৰু ছিকিমকে ধৰি উত্তৰ-পূবৰ আন-আন স্থানতো ২০টা নতুন চিকিৎসা সেৱা কেন্দ্ৰ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰি নাইকে তেওঁৰ ভাষণত কৃষকসকলক অাৰ্থিক তথা সমাজৰ উপকাৰৰ বাবে বেছিকৈ ব্যৱহৃত ঔষধি উদ্ভিদৰ খেতি কৰিবলৈ আহ্বান জনায়।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd