• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ ভোটাৰ তালিকাত মহিলা ভোটাৰৰ সংখ্যাই চেৰাই গৈছে পুৰুষক

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , January 11, 2018 11:34 am

1 min read

মেঘালয়ৰ নিৰ্বাচন
68
VIEWS
Share on FacebookShare on Twitter

আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হৈছে।

লক্ষণীয় যে এইবাৰৰ ভোটাৰ তালিকাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক।

মেঘালয়ৰ মুখ্য নিৰ্বাচন বিষয়া এফ আৰ খাৰকংগাৰে জনোৱা অনুসৰি কালি প্ৰকাশ কৰা ১৮.৩০ লাখটকৈ অধিক ভোটাৰ পঞ্জীয়নভুক্ত হোৱা তালিকাখনৰ ৫০.৪ শতাংশই মহিলা ভোটাৰ।

ৰাজ্যখনৰ ৬০ বিধানসভা সমষ্টিৰ ৩০৮২টা ভোটদান কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনটোত ৯,২৩,৮৪৮গৰাকী মহিলা ভোটাৰৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯,০৬,২৫৬ গৰাকী।

আনহাতে এইবাৰৰ ভোটাৰ তালিকাত ১৮ৰ পৰা ১৯ বছৰৰ ভিতৰৰ ৪২,৮৪৩ গৰাকী যুৱ ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে মেঘালয়ৰ চলিত বিধান সভাৰ ম্যাদ ৬ মাৰ্চত অন্ত পৰিব। যিকোনো মূহুৰ্ততে নিৰ্বাচন আয়াগে তাৰিখ ঘোষণা কৰিব পৰা নিৰ্বাচনটোৰ বাবে সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলা হৈছে।

 

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd