DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

মহিলা ৰে’ল যাত্ৰীৰ নিৰাপত্তাৰ ওপৰত ত্ৰিপুৰাৰ ধৰ্মনগৰত আৰ পি এফৰ সজাগতা সভা

পান্না ঘোষ by পান্না ঘোষ
May 19, 2018 5:58 pm
Railway Protection force
84
VIEWS
Share on FacebookShare on Twitter

মহিলা ৰে’ল যাত্ৰীসকলৰ নিৰাপত্তাৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ)এ আজি ত্ৰিপুৰাৰ ধৰ্মনগৰ ৰে’লৱে ষ্টেশ্যনত এখন সজাগতা সভা অনুষ্ঠিত কৰে।

মহিলা যাত্ৰীসলকৰ নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা ট’ল ফ্ৰী হেল্পলাইন নম্বৰ ১৮২ ওপৰত সজাগতা সৃষ্টিৰ দিশটোক আজিৰ সভাত প্ৰাধাণ্য দিয়া হয়।

এই সজাগতা সভাত স্থানীয় বিধায়ক বিশ্ববন্ধু সেন, ধৰ্মনগৰ আৰক্ষী খানাৰ উপ আৰক্ষী অধিক্ষক পাৰমিটা পাণ্ডেই , ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত খাকে।

সভাত আৰ পি এফৰ বিষয়াই কয় যে যদিও বিভাগটোৱে মহিলা যাত্ৰীসকলৰ পৰা বিভিন্নধৰণৰ অশালীন আচৰনৰ অভিযোগ পাই আহিছে, হেল্পলাইন নম্বৰৰ অভাৱত বহু অভিযোগ দাখিল নকৰাকৈয়ে থাকি যায়।

সেয়ে মহিলা যাত্ৰীসকলৰ সহায়ক হোৱাকৈ আৰ পি এফে উক্ত হেল্পলাইন সেৱাৰ আৰম্ভ কৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd