DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিৰপাৰা অঞ্চলত পথ, দলং, বিদ্যালয়কে ধৰি কেইবাটাও কামৰ আধাৰশিলা স্থাপন

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 4, 2017 1:09 pm
মহিৰপাৰা অঞ্চলত পথ, দলং, বিদ্যালয়কে ধৰি কেইবাটাও কামৰ আধাৰশিলা স্থাপন
70
VIEWS
Share on FacebookShare on Twitter

অলপতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত ৰাজনৈতিক দলবিলাকৰ তৎপৰতা হঠাতে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দল আৰু নেতাই পঞ্চায়ত নিৰ্বাচনক লক্ষ কৰি তেওঁলোকৰ কাৰ্য্যসূচী প্ৰস্তুত কৰিছে। একে ধৰণৰ তৎপৰতা দেখা গৈছে  বি টি এ ডিতো। বিপিএফ দলৰ নেতাসকলে বিভিন্ন ঠাইত নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপনেৰে  চমক সৃষ্টি কৰাৰ চেষ্টা কৰা দেখা গৈছে। কালি শুক্লাই চেৰফাং সমষ্টিৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰীয়ে মহিৰপাৰা অঞ্চলত পথ, দলং, বিদ্যালয়কে ধৰি কেইবাটাও আন্তঃগাঁথনিৰ কামৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি গণেশ কছাৰীয়ে কয় যে  ২০০৫ চনত বিটিচি চুক্তি হোৱাৰ পূৰ্বে বিটিএডিৰ বাট-পথৰ  কোনো অৱস্থাই নাছিল। বিটিচি চুক্তি হোৱাৰ পিছত বিপিএফ দলেহে এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন কৰিছে। আন কোনো দলে কৰা নাই। যদি কোনোবাই আন দলে বিটিএডিৰ উন্নয়ন কৰা বুলি দেখুৱাই দিব পাৰে তেন্তে তেওঁ ৰাজনীতি ত্যাগ কৰিব বুলিও কয় কাৰ্য্যবাহী সদস্যজনে। তেওঁ বিটিএডিত সকলো  জাতি-সম্প্ৰদায়ৰ লোকৰ ভাষা-সংস্কৃতি সুৰক্ষিত থাকিব বুলিও  মন্তব্য কৰে। সদস্যজনে মাদলবাৰী-বড়িগাওঁ পথ, শুক্লাই এম ই স্কুলৰ চাৰিবেৰ-শ্ৰেণীকোঠা আৰু খেল পথাৰ, নিজকুচলা-হীৰাচুবুৰি পথ, মোকলদংগা-দিকপাৰ পথ, চেঁচাপাৰ-পুখুৰীপাৰ পথ আৰু  পুখুৰীপাৰ গাঁৱত এখন পকীদলঙৰ আধাৰশিলা স্থাপন কৰে।

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd