• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাইবাঙত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচী নৃশংসতাৰ কাইলৈ গুৱাহাটীত প্ৰতিবাদ

NE NOW NEWS মহেশ ডেকা
গুৱাহাটী , January 26, 2018 10:02 pm

1 min read

মাইবাঙত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচী নৃশংসতাৰ কাইলৈ গুৱাহাটীত প্ৰতিবাদ

ডিমা হাচাওত প্ৰতিবাদ (ফাইল ফট’)

76
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাৰ মাইবাঙত কালি প্ৰতিবাদকাৰীৰ ওপৰত হোৱা গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত কাইলৈ গুৱাহাটীত সমৱেত হ’ব সমাজ কৰ্মী, বিদ্যায়তনিক ক্ষেত্ৰৰ ব্যক্তি, লেখক, সাংবাদিক, ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ সচেতন নাগৰিক।

শনিবাৰে আবেলি ৪.৩০ বজাত মহানগৰীৰ গুৱাহাটী ক্লাবত এই প্ৰতিবাদী সমাৱেশ আয়োজন কৰা হৈছে।

কাইলৈৰ প্ৰতিবাদটোৰ আয়োজক সমাজ কৰ্মী ভৱেন সন্দিকৈ, গৱেষক অংকুৰ তামুলী ফুকন আৰু তৰুণী লেখিকা জুৰি বৰুৱাই এন ই নাওক জনোৱা মতে, ‘মাইবাঙৰ নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত চলা পুলিচী নৃশ্ংসতাৰ প্ৰতিবাদত কাইলৈ গুৱাহাটী ক্লাবৰ পৰা মম লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰা হ’ব।’

কোনো সাংগঠনিক শক্তি নোহোৱা সত্বেও এই হঠাৎ আয়োজিত প্ৰতিবাদটোৱে চ’চিয়েল মীডিয়াত সঁহাৰি পাবলৈ সক্ষম হৈছে আৰু বহু সংখ্যক লোকে কাইলৈৰ প্ৰতিবাদত যোগ দিব বুলি নিশ্চিত কৰিছে।

এগৰাকী সাংবাদিক মনশ্ৰী গোস্বামীয়ে এন ই নাওক কয় যে, ‘ডিমা হাচাওৰ লোক সকলৰ সৈতে সহমৰ্মিতা প্ৰকাশৰ বাবে মোৰ ব্যস্ততা সত্বেও কাইলৈ তালৈ যাম।’

উল্লেখযোগ্য যে কালিৰ মাইবাঙৰ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে আৰক্ষীয়ে ইচ্ছাকৃতভাৱে তেওঁলোকৰ ওপৰত গুলীচালনা কৰিছিল।

মাইবাঙৰ এগৰাকী বাসিন্দাই জনোৱা মতে, ‘শান্তিপূৰ্ণভাৱে অৱস্থান কৰি থকা প্ৰতিবাদকাৰী সকলক ছত্ৰভংগ দিয়াবৰ বাবে পুলিচে লাঠী চলোৱাৰ পিছতহে হাতত যি পাই তাকে লৈ প্ৰতিবাদী লোকসকলে উগ্ৰ ৰূপ ধাৰণ কৰে।’

Recent News

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd