DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাওলিংনঙৰ দৰে এখন পৰিষ্কাৰ আৰু সুন্দৰ মাজুলী গঢ়াৰ উদ্যোগ গাঁওবাসীৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 12, 2018 12:18 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

243
VIEWS
Share on FacebookShare on Twitter

প্ৰকৃতিৰ অনবদ্য সৃষ্টি নদী দ্বীপ মাজুলীৰ প্ৰাকৃতিক পৰিবেশ পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিবলৈ আৰু মাজুলীক এখন প্লাষ্টিকমুক্ত জিলা হিচাপে গঢ় দিবলৈ মাজুলীৰ গাঁওবাসীয়ে লৈছে নিজা উদ্যোগ।

মাজুলীৰ প্ৰতিখন গাঁৱকে যাতে এছিয়াৰ ভিতৰতে পৰিষ্কাৰ গাঁও মাওলিংনং ৰূপে গঢ়ি তুলিবলৈ পাৰে তাৰ বাবে গাঁৱে-গাঁৱে ডেকা বুঢ়া  সকলো নামি পৰিছে স্বচ্ছতাৰ অভিযানত।

এইয়া মাজুলীৰ দেওদিআটী গাঁও। প্ৰভাতি পুৱাতে নিতৌ গাঁওবাসীয়ে গাঁওখন পৰিস্কাৰ কৰে। প্ৰতিদিনে হাতে হাতে ঝাড়ু লৈ ডেকা বুঢ়া সকলো নামি পৰে গাঁও তথা অঞ্চলটো পৰিস্কাৰৰ কামত।

গাঁওবাসীৰ সন্মিলিত প্ৰচেষ্টাত এতিয়া মাজুলীৰ অন্যতম পৰিস্কাৰ গাঁও হিচাপে জিলিকি পৰিছে দেওদিআটী গাঁও। অঞ্চলটোৰ সকলোৱে নিজৰ অঞ্চলত স্বচ্ছতাৰ বিষয়ে জনসজাগতা সৃষ্টি কৰি এখন নিৰ্মল, নিকা, স্বচ্ছ অঞ্চল হিচাপে গঢ়ি তুলিবলৈ হাতে-কামে লাগি পৰিছে।

ইয়াৰ উপৰি গাঁওবাসীয়ে গছপুলি ৰোপণৰ লগতে নলা-নৰ্দমা ইত্যাদি চাফা কৰি গাঁওখনলৈ এক নতুন ৰূপ আনিবলৈ সক্ষম হৈছে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd