DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত ঐতিহাসিক সম্পদ সংৰক্ষণৰ অভিলাষী আঁচনি গ্ৰহণ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 1, 2018 7:19 pm
মাজুলীত ঐতিহাসিক সম্পদ সংৰক্ষণৰ অভিলাষী আঁচনি গ্ৰহণ
283
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা সত্ৰ নগৰী মাজুলীত ঐতিহাসিক সম্পদ সংৰক্ষণৰ এক অভিলাষী আঁচনিৰ কাম আৰম্ভ হৈছে। ‘ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফ’ৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেইজ’ (INTACH)ৰ যোগেদি এই কাম কৰা হ’ব।

মাজুলী জিলা উপযুক্ত দেৱ প্ৰসাদ মিশ্ৰই আজি মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত INTACH-ৰ যোগেদি হ’বলগীয়া এই বৃহৎ প্ৰকল্পৰ কামৰ শুভাৰম্ভণি কৰে।

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ চৰাত সত্ৰাধিকাৰ ননীগোপাল গোস্বামীৰ উপস্থিতিত অনুষ্ঠিত সভাত INTACH-ৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই প্ৰকল্পটোৰ যোগেদি মাজুলীৰ ঐতিহাসিক সম্পদ সমূহৰ বিজ্ঞান সন্মত সংৰক্ষণ আৰু উপযুক্ত তথ্য-পাতি প্ৰস্তুত কৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ লগতে সাঁচি পাটৰ পুথিসমুহ কেনেকৈ ৰাখিব লাগে এই সম্পৰ্কত ৰাষ্ট্ৰীয় পাণ্ডুলিপি সংগ্ৰহালয়ৰ অধ্যক্ষই আহি দক্ষিণপাট সত্ৰৰ ৬ গৰাকী ভকতক প্ৰশিক্ষণ দিব বুলি জানিব পৰা গৈছে।

প্ৰকল্পটোৰ অধীনত এচিড মুক্ত বাকচ যোগান ধৰাৰ লগতে বিষয়বস্তু অনুসৰি তথ্য সম্বলিত ভাবে ৰখাৰ দিহা কৰা হ’ব।

Recent News

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd