• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত ৩০ জন লোক; উপযুক্ত চিকিৎসকৰ অভাৱ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , June 21, 2018 6:51 pm

1 min read

মাজুলীত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত ৩০ জন লোক; উপযুক্ত চিকিৎসকৰ অভাৱ
99
VIEWS
Share on FacebookShare on Twitter

উজনি মাজুলীৰ মোৱামাৰি গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ ৩০ জনকৈ লোক আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগীয়া হৈছে। শিশু-কিশোৰীসহ আক্ৰান্ত সকলোকে ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে ২০ জুনৰ নিশা মাজুলীৰ মোৱামাৰি গাঁৱৰ প্ৰশান্ত পেগুৰ ঘৰত এটি জন্মদিনৰ অনুষ্ঠান আছিল। আৰু এই জন্মদিনতে প্ৰসাদ হিচাপে আগবঢ়োৱা হৈছিল বুটমাহ।

আৰু এই বুটমাহ খোৱাৰ লগে লগে সকলো বিষক্ৰিয়াত আক্ৰান্ত হয়। ফলত লগে লগে আক্ৰান্ত সকলোকে ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসা কেন্দ্ৰটোত উপযুক্ত চিকিৎসকৰ অভাৱৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে বিছহাজাৰ লোকৰ বসতি প্ৰধান অঞ্চলটোত থকা একমাত্ৰ ক্ষুদ্য প্ৰাথমিক চিকিৎসা কেন্দ্ৰটিত উপযুক্তভাৱে চিকিৎসক নিয়োগৰ বাবে অঞ্চলবাসীয়ে দীৰ্ঘদিনৰে পৰা আবেদন কৰি আহিছে যদিও এই সমস্যাৰ বৰ্তমানলৈকে একো সমাধান হোৱা নাই।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd