• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত বায়ুসেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত : দুজন উইং কমাণ্ডাৰ নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2018 5:30 pm

1 min read

Helicopter Accident
81
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া ১.৩০ বজাত মাজুলী জিলাৰ আকাশমাৰ্গত ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত হেলিকপ্তাৰখনত থকা দুজন উইং কমাণ্ডাৰ ক্ৰমে জয় পাল জেইমছ আৰু ডি ভাটছৰ মৃত্যু হয়।

দুৰ্ঘটনাটোত ভস্মীভূত হোৱা হেলিকপ্তাৰখনৰ অৱশেষ।

জানিব পৰা মতে বিজুতিৰ বাবে হেলিকপ্তাৰখন জৰুৰীকালীনভাৱে মাজুলীৰ দক্ষিণপাট সত্ৰৰ ওচৰৰ দৰবাৰ চাপৰিত অৱতৰণ কৰাবৰ চেষ্টা কৰিছিল যদিও সফলভাৱে অৱতৰণ কৰাত বিফল হয় আৰু মাটিত পৰি হেলিকপ্তাৰখন ধ্বংস হয়। বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা দুয়োজন উইং কমাণ্ডাৰৰ মৃত্যু হয়। বায়ুসেনাৰ এটা সূত্ৰই এই কথা নিশ্চিত কৰিছে। হেলিকপ্তাৰখন যোৰহাটৰ ৰৰৈয়াস্থিত বায়ুসেনাৰ বিমানবন্দৰৰ পৰা গৈছিল বুলি জানিব পৰা গৈছে।

আনহাতে হেলিকপ্তাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইখন জনবসতিপূৰ্ণ নোহোৱা বাবে আন লোক হতাহত হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়াসকল উপস্থিত হৈছে। ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰা বুলি বায়ুসেনাৰ সূত্ৰটোৱে জানিবলৈ দিছে। শেহতীয়াকৈ জনবিৰল চাপৰিটোত কৌতূহলী লোকৰ ভিৰ হোৱাও দেখা গৈছে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd