• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত মৌ মাখিৰ আক্ৰমণত অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আক্ৰান্ত

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , April 20, 2018 2:42 pm

1 min read

majuli 2
111
VIEWS
Share on FacebookShare on Twitter

মৌ মাখিয়ে আজি মাজুলীত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। মৌ মাখিৰ অতৰ্কিত আক্ৰমনত অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই মাজুলীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই মৌ মাখিৰ আক্ৰমণৰ ঘটনা মাজুলীৰ ফুলনিত সংঘটিত হয়। ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এজোপা আম গছত বাহ পাতি থকা এজাক বৃহৎ আকাৰৰ বনৰীয়া মৌ বাহৰ পৰা ওলাই অহা লক্ষ লক্ষ মৌয়ে সমগ্ৰ অঞ্চলটো বেঢ়ি ধৰে। অঞ্চলটোৰ লোকৰ লগতে বাটৰুৱাৰ ওপৰতো মৌ জাকে আক্ৰমণ চলায়।

majuli

ঘটনাক্ৰমে মৌপিয়া চৰাইয়ে বাহটো ভাঙি দিয়াৰ পিছতেই লক্ষ লক্ষ মৌয়ে অঞ্চলটো বেৰি ধৰে। মৌ জাকৰ আক্ৰমণত ঘণ শইকীয়া, চেনাই দেউৰী, ৰেখা তামুলী, দেবেন হাজৰিকা, বুবুল হাজৰিকা, অজয় চেত্ৰী, কমল শইকীয়া গুৰুতৰ ভাৱে আক্ৰান্ত হোৱাৰ উপৰি ২০ গৰাকীতকৈ অধিক মহিলা আক্ৰান্ত হৈছে ।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd