• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহস্যজনক হত্যাকাণ্ডক লৈ সত্ৰনগৰী মাজুলীত তীব্ৰ চাঞ্চল্য

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 17, 2018 12:57 pm
Murder

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

মাজুলীৰ খাৰকাটি গাঁৱত সংঘটিত এক ৰহস্যজনক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো । গাঁৱৰে এজন লোকক কোনো দুৰ্বৃত্তই হানি- খুঁচি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মাজুলীত।

Apply Now

ঘটনাৰ বিৱৰণী মতে যোৱা নিশা মাজুলীৰ খাৰকাটি গাঁৱৰ সোমেশ্বৰ ভৰালী নামৰ লোকজন ভাওনা চাবলৈ গৈছিল ওচৰৰে পহুমৰা কলিতা গাঁৱত। পুৱালৈকে ঘৰলৈ উভতি নহাত ঘৰৰ লোকে বিচাৰ- খোচাৰ কৰাত গাঁৱৰে এঘৰৰ সন্মুখত সোমেশ্বৰ ভৰালীৰ মটৰচাইকেলখন দেখা পায়। তাৰ পাছত স্থানীয় লোকে গোটেই অঞ্চলটোত বিচাৰ কৰাত গাঁৱৰে এটা পুখুৰীত সোণেশ্বৰ ভৰালীৰ মৃতদেহ ওপঙি থকা দেখা পাই পাৰলৈ উঠাই আনে।

শৰীৰৰ বিভিন্ন অংশত পচাৰে খুঁচি হত্যা কৰাৰ চিন স্পষ্ট হৈ আছে মৃতদেহটোত। আনহাতে জেংৰাইমুখ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ পৰা এডাল পচা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। লোকজনক কোনোৱে হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে।

এই ঘটনাই সত্ৰনগৰী মাজুলীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কনমানি দুটি সন্তান আৰু পত্নীক এৰি থৈ গৈছে ২৭ বছৰীয়া ভৰালীয়ে। আৰক্ষীৰ তদন্তত ঘটনাটোৰ প্ৰকৃত ৰহস্য প্ৰকাশ পাব বুলি আশা কৰা হৈছে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd