• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীলৈ স্থানান্তৰিত হ’ব অভ্যন্তৰীণ জল পৰিবহণৰ ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 3, 2018 8:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰথমটো নদী দ্বীপ জিলা মাজুলীৰ সৈতে বহিঃসংযোগী যাতায়াতী ব্যৱস্থাক উন্নীত কৰিব পৰাকৈ অহা আগষ্ট মাহৰ পৰা নিমাতী-কমলাবাৰী পাৰঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি আৰম্ভ হ’ব অত্যাধুনিক ৰ’-ৰ’ ফেৰী সেৱা।

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আগষ্টৰ শেষ ভাগত এই জলপথটোত নিয়মীয়া সেৱা আৰম্ভ কৰিব পৰাকৈ এখন অত্যাধুনিক ৰ’-ৰ’ জাহাজ ৰাজ্যৰ অভ্যন্তৰীণ জলপৰিবহণ বিভাগক অৰ্পণ কৰিব। মাজুলীত আজি এই কথা ঘোষণা কৰে অভ্যন্তৰীণ জলপৰিবহন বিভাগ(আই ডব্লিউ টি)ৰ সঞ্চালক ভাৰতভূষন দেৱ চৌধুৰীয়ে।

Apply Now

নিমাতি আৰু কমলাবাৰী পাৰঘাটৰ মাজত আই ডব্লিউ টি বিভাগৰ ফেৰী সেৱাৰ মান উন্নীত কৰা সন্দৰ্ভত মাজুলী জিলা প্ৰশাসনৰ সহযোগত বিভাগটোৱে কমলাবাৰী মিলন সংঘত আয়োজন কৰা এখন আলোচনা চক্ৰত এই কথা ঘোষণা কৰে । লগতে উল্লেখ কৰে যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ উদ্যোগত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে মাজুলীৰ বাবে এই ৰ’-ৰ’ জাহাজখন আগবঢ়াবলৈ সিদ্ধান্ত লয়।

প্ৰাধিকৰণে আই ডব্লিউ টি বিভাগক শেহতীয়াকৈ অৱগত কৰা মতে একেলগে ৮-১০ খন মালবাহী ট্ৰাকৰ লগতে ২০০-৩০০ যাত্ৰী পৰিবহণৰ সামৰ্থ থকা ৰ’-ৰ’ জাহাজখন আগষ্টৰ শেষৰফালে মাজুলী পাবহি।

ইফালে মুখ্য মন্ত্ৰীৰ নিৰ্দেশত বিভাগটোৱে নিমাতী-কমলাবাৰী আৰু নিমাতী-অফলামুখ পাৰঘাটৰ মাজত ফেৰী সেৱা উন্নত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সঞ্চালক দেৱচৌধুৰীয়ে আলোচনা চক্ৰত ঘোষণা কৰা অনুসৰি অহা জুনত নিমাতী-কমলাবাৰীৰ মাজত নিয়মীয়া ফেৰী সেৱা আগবঢ়াব পৰাকৈ ২৮ মিটাৰ দৈৰ্ঘ্যৰ দুখনকৈ ষ্ট্ৰীলৰ মাৰ নাও মাজুলী পাবহি।

ইয়াৰ প্ৰতিখন মাৰনাৱতে ৮-১০ খন গাড়ী আৰু ১৫০ জনকৈ যাত্ৰী পাৰাপাৰ কৰিব পাৰিব। একেদৰে আগষ্টত আন এখন ৩০ মিটাৰ দৈৰ্ঘ্যৰ যাত্ৰীবাহী নাও, জুলাইত ২৫ মিটাৰ দৈৰ্ঘ্যৰ নতুন কাঠৰ নাও আৰু ২৫ মিটাৰ দৈৰ্ঘ্যৰ নতুন কাঠৰ নাও মাজুলী আৰু যোৰহাট সংযোগী জলপথত চলাচলৰ বাবে বিভাগটোৱে আনিব বুলি তেওঁ সদৰী কৰে।

ইফালে মাজুলীৰ পৰা অভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থাক অধিক ফলপ্ৰসুভাবে পৰিচালনা কৰিব পৰাকৈ এমাহৰ ভিতৰত বৰ্তমান ডিব্ৰুগড়ত থকা আই ডব্লিউ টিৰ মাণ্ডলিক কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টো মাজুলীলৈ স্থানান্তৰিত কৰিব বুলি সঞ্চালকজনে ঘোষণা কৰে ।

আলোচনা চক্ৰত আছু, যুৱ ছাত্ৰ পৰিষদ, বিজেপি, অগপ, জ্যেষ্ঠ নাগৰিক সন্থা, জিলা সাংবাদিক সন্থা, মহিলা সমিতিকে ধৰি বহু কেইটা দল-সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক তথা বহুসংখ্যক লোকে অংশগ্ৰহণ কৰি এই ফেৰী সেৱা উন্নতকৰণৰ বিষয়ত পৰামৰ্শ আগবঢ়ায়।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd