• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীৰ ঔডুবি অঞ্চলৰ দলনিত পৰি পহুৰ মৃত্যু

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , May 30, 2018 12:54 pm

1 min read

c718ffad-ebb5-4e2e-a628-097ca9111f7a
92
VIEWS
Share on FacebookShare on Twitter

জৈৱ বৈচিত্ৰ্যৰ অন্যতম থলী নদী দ্বীপ মাজুলীত সংঘটিত হল এক শোকাৱহ ঘটনা। দলনিত পৰি অকাল মৃত্যুক সাৱতিলে এটি ছাগলি পহুয়ে। এই কৰুণ ঘটনাতো সংঘটিত হয় মাজুলীৰ ঔডুবি অঞ্চলত।

জানিব পৰা মতে আজি পুৱাই লোকালয়ত প্ৰৱেশ কৰা এটা ছাগলী পহুয়ে দিক বিদিক হেৰুৱাই ঔডুবিৰ ডলনিত সোমায়গৈ। জনচক্ষুৰ আতৰত দলনিত পৰা পহুটোৱে উঠি আহিব নোৱাৰি কৰুণ মৃত্যুক সাৱতিব লগা হয়।

পিছত স্থানীয় লোকে পহুটো এইদৰে মৃত অৱস্থাত দলনিত পৰি থকা দেখি বনগাঁও আৰক্ষী চকীত খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃৎ পহুটো আৰক্ষী চকীলৈ আনি মৰনোত্তোৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে জনবিস্ফোৰণৰ ফলতেই ক্ৰমাৎ হ্ৰাস পাই অহা বনাঞ্চলৰ বাবে বনৰীয়া জীৱ জন্তু সমুহৰ বাসোপযোগী ঠাইৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে। বহু সময়ত লোকালয়ত প্ৰৱেশ কৰা বনৰীয়া জীৱ জন্তু সমুহ অনাকাংক্ষীত পৰিৱেশৰ সন্মুখীন হৈ মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd