• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীৰ ফুলনিত পথ মেৰামতিৰ দাবীত মহকুমা ছাত্ৰ সন্থাৰ পথ অৱৰোধ

NE NOW NEWS এন ই নাও নিউজ
মাজুলী , March 15, 2018 10:34 pm

1 min read

মাজুলীৰ ফুলনিত পথ মেৰামতিৰ দাবীত মহকুমা ছাত্ৰ সন্থাৰ পথ অৱৰোধ
85
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে মাজুলী জিলাৰ ফুলনিত মাজুলী মহকুমা ছাত্ৰ সন্থাই জৰাজীৰ্ণ পথৰ মেৰামতিৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰাপ্ত তথ্য মতে মাজুলী জিলাৰ মূল পথ গড়মূৰৰ পৰা ফুলনি হৈ জেংৰাই সংযোগী গড়কাপ্তানী পথৰ জৰাজীৰ্ণ অৱস্থাই ৰ্দীঘদিনৰ পৰা মাজুলীবাসিক জীয়াতু ভোগাই আহিছে।

যাৰ বাবে তৎক্ষানিক ভাৱে মেৰামতিৰ দাবী তুলি আজি উজনি মাজুলীৰ প্ৰধান ব্যৱসায়িক স্থান ফুলনিত মাজুলী মহকুমা ছাত্ৰ সন্থাই পুৱা ৮ বজাৰ পৰা তীব্ৰ প্ৰতিবাদেৰে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই অৱৰোধ কাৰ্যসূচীৰ ফলত দুপৰীয়া ১১ বজালৈকে মাজুলীৰ জন জীৱন ব্যাহত হৈ পৰে ৷

ইফালে অৱৰোধস্থলীত মাজুলী জিলা গড়কাপ্তানি বিভাগৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ এসপ্তাহৰ ভিতৰত পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰাত সংগঠনটোৱে অৱৰোধ কাৰ্যসূচী স্থগিত ৰাখে।

লগতে সংগঠনটোৱে মাজুলীৰ জনসাধাৰণে ৰ্দীঘদিনৰ পৰা ভোগ কৰি অহা যাতায়াতৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd